• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

ট্ৰেক্টৰ ৰেলী সম্পৰ্কেও সৰ্বোচ্চ ন্যায়ালয়ত শুনানি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2021 9:19 am
6.6k
VIEWS
Share on FacebookShare on Twitter

কৃষি আইন তিনিখনক কেন্দ্ৰ কৰি দিল্লীৰ সীমান্তত চলি থকা কৃষক আন্দোলনৰ বাবে আজি এক অতি গুৰুত্বপূৰ্ণ দিন।

কিয়নো আজি কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনৰ মাজত দশম পৰ্যায়ৰ আলোচনা।

আনহাতে আজিৰ দিনটোতে উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানিও আছে য’ত আদালতে ২৬ জানুৱাৰিত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ বিষয়ত শুনানি গ্ৰহণ কৰিব।

উল্লেখ্য যে কৃষক সংগঠনসমূহে ২৬ জানুৱাৰিত ট্ৰেক্টৰ ৰেলি উলিওৱাৰ ঘোষণা কৰিছে আৰু ইয়াৰ বাবে দিল্লী আৰক্ষীৰ পৰা অনুমতিও বিচাৰিছে।

কিন্তু দিল্লী আৰক্ষীয়ে ইয়াৰ অনুমতি প্ৰদান নকৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে অন্তিম শুনানিত আদালতে কৈছিল যে সিদ্ধান্ত লোৱাটো আৰক্ষীৰ কাম। কিন্তু চৰকাৰৰ আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি হ’ব।

চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে গণৰাজ্য দিৱসৰ দিনা এনে সহস্ৰাধিক লোক যদি দিল্লীলৈ আহে, তেন্তে নিৰাপত্তা প্ৰণালীত অসুবিধাৰ সৃষ্টি হ’ব।

গণৰাজ্য দিৱসৰ পেৰেড কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পিছতহে কৃষকসকলে তেওঁলোকৰ ট্ৰেক্টৰ ৰেলী উলিয়াব আৰু ইয়াৰ ফলত কোনোৱে অসুবিধাৰ সন্মুখীন নহয় বুলি মন্তব্য কৰিছে কৃষক সংগঠনে।

ইফালে কৃষি আইনৰ বিৰুদ্ধে আন্দোলনকাৰী কৃষক সংগঠন আৰু চৰকাৰৰ মাজত আজি দশম পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব।

কেন্দ্ৰই কৈছে যে দুয়ো পক্ষই এই বিষয়টো নিষ্পত্তি কৰাৰ পোষকতা কৰিছে কিন্তু বেলেগ বেলেগ চিন্তাধাৰাৰ লোক ইয়াৰ সৈতে জৰিত হোৱা বাবে বিলম্ব হৈছে।

নতুন কৃষি আইন কেইখন কৃষকৰ হিতৰ বাবে বুলি দাবী কৰি চৰকাৰে কয় যে বিষয়টো সমাধান কৰাত পলম হৈছে কিয়নো কৃষক নেতাসকলে নিজৰ মতে সমাধান বিচাৰে।

কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী পুৰষোত্তম ৰুপালাই সংবাদ মাধ্যমৰ আগত কয় যে কৃষক নেতাৰ বিপৰীতে যদি কৃষকসকলৰ সৈতে আলোচনা হ’লহেতেন তেন্তে শীঘ্ৰে এই বিষয়টোৰ সমাধান ওলালহেতেন।

তেওঁ লগতে কয়, ‘সমাধান দুয়োপক্ষই বিচাৰে কিন্তু দুয়োপক্ষৰ মতামতৰ ভিন্নতা আছে। গতিকে, পলম হৈছে। নিশ্চিতভাৱে কিবা নহয় কিবা সমাধান ওলাব’।

Recent News

অনলাইন বেটিং এপ তদন্তত ডাঙৰ পদক্ষেপ; ২১ জুলাইত গুগল আৰু মেটাক তলব ইডিৰ

অনলাইন বেটিং এপ তদন্তত ডাঙৰ পদক্ষেপ; ২১ জুলাইত গুগল আৰু মেটাক তলব ইডিৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd