• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 9, 2025 11:30 am
684
VIEWS
Share on FacebookShare on Twitter

দেশত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। অভিযোগ অনুসৰি, পিতৃ সমাজক লজ্জানত কৰা এজন ব্যক্তিয়ে তেওঁৰ নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ কৰে। যাৰ ফলত গৰ্ভধাৰণ কৰে নাবালিকা গৰাকীয়ে।

ইয়াৰ পিছত পৰিয়ালটোৱে ভুক্তভোগী নাবালিকাগৰাকীৰ চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যা্য। দিল্লীলৈ গৈ থকা অৱ্স্থাত ৰে’লতে সন্তান প্ৰসৱ কৰে নাবালিকাগৰাকীয়ে। তাৰপিছত নজাতকক ৰে’লতে পৰিত্যাগ কৰি পৰিয়ালটোৱে পলায়ন কৰে।

যেতিয়া ৰে’ল আৰক্ষীয়ে পৰিত্যক্ত শিশুটিৰ কান্দোন শুনে তেতিয়া ঘটনাৰ কথা পোহৰলৈ আহে।

জানিব পৰা মতে, পিতৃৰ কামনাৰ বলি হোৱা নাবালিকাগৰাকী বিহাৰৰ চাপৰাৰ বাসিন্দা। অভিযোগ অনুসৰি বিগত দুবছৰ ধৰি পিতৃয়ে মদ্যপান কৰি তেওঁক বলাৎকাৰ কৰি আহিছিল। যাৰ ফলত নাবালিকাগৰাকীয়ে গৰ্ভধাৰণ কৰিছিল। পৰিয়ালৰ লোকে যে চিকিৎসাৰ বাবে তেওঁক দিল্লীলৈ লৈ গৈ আছিল – সেইটোৱেই নাবালিকাই জানিছিল।

অৱশ্যে ৰে’লতে সন্তান জন্ম হয়। বাৰাণসীত ৰে’লখন ৰওতে পৰিয়ালটোৱে নৱজাতকক এটা বেগত ভৰাই আন এখন ট্ৰেইনত থৈ ​​যায়। শিশুটিৰ কান্দোন শুনি আৰক্ষীয়ে উদ্ধাৰ কৰে।

উল্লেখ্য যে যিটো বেগৰ পৰা শিশুটিক উদ্ধাৰ কৰা হৈছিল তাত এখন চিম কাৰ্ড আছিল। সেই চিম কাৰ্ডৰ সবিশেষ উলিয়াই নাবালিকাগৰাকীৰ পিতৃক আৰক্ষীয়ে মোৰাদাবাদলৈ মাতি আনে। জেৰা কৰাৰ লগে লগে সকলো তথ্য পোহৰলৈ আহে। ভুক্তভোগীৰ পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। বিহাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।ইফালে নাবালিকাগৰাকীৰ পৰিয়ালে নৱজাতকৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰাৰ বাবে শিশুটিক কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণত ‘শিশু কল্যাণ সমিতি’ৰ অধীনত ৰখা হৈছে।

Recent News

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

মানৱ ধৰ্ম পালন কৰাই কাল হ’ল! চুবুৰীয়াক চিকিৎসালয়লৈ নি ৩৯৫ দিন জেলত কটাবলগীয়া হ’ল মধ্যপ্ৰদেশৰ এজন যুৱকে

মানৱ ধৰ্ম পালন কৰাই কাল হ’ল! চুবুৰীয়াক চিকিৎসালয়লৈ নি ৩৯৫ দিন জেলত কটাবলগীয়া হ’ল মধ্যপ্ৰদেশৰ এজন যুৱকে

মধ্যযুগীয় বৰ্বৰতা! পশ্চিম বংগৰ প্ৰব্ৰজিত শ্ৰমিকক ওলোটাকৈ ওলোমাই তীব্ৰ প্ৰহাৰ

মধ্যযুগীয় বৰ্বৰতা! পশ্চিম বংগৰ প্ৰব্ৰজিত শ্ৰমিকক ওলোটাকৈ ওলোমাই তীব্ৰ প্ৰহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd