• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভাৰ অনুশাসন সমিতিৰ অশ্লীল প্ৰশ্নবাণ! দাবী সাংসদ মহুৱা মৈত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2023 5:54 pm
Mahua Moitra
5.9k
VIEWS
Share on FacebookShare on Twitter

সংসদত প্ৰশ্ন কৰাৰ বিনিময়ত ২ কোটি টকাৰ উৎকোচ লোৱা বুলি উত্থাপিত অভিযোগৰ তদন্তৰ বাবে আজি লোকসভাৰ অনুশাসন সমিতিৰ সন্মুখত হাজিৰ হৈছিল তৃণমূল সাংসদ মহুৱা মৈত্ৰ।

এই সোধ-পোছৰ সময়ত অনুশাসন সমিতিয়ে অতি অশ্লীল প্ৰশ্নবাণ কৰিছিল বুলি বিস্ফোৰক দাবী কৰিছে তৃণমূল সাংসদগৰাকীয়ে।

আজি লোকসভাৰ অনুশাসন সমিতিৰ সন্মুখীন হৈ ধুমুহাৰ গতিৰে ওলাই অহাৰ সময়ত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কয়, “তেওঁলোকে মোক অতি অশ্লীল প্ৰশ্ন কৰিছে।”

ইফালে বিৰোধী দলৰ সাংসদসকলেও দাবী কৰে যে পেনেলৰ মুৰব্বী বিজেপিৰ সাংসদ বিনোদ কুমাৰ সোণকাৰে তৃণমূল নেত্ৰীগৰাকীক বাৰে বাৰে ব্যক্তিগত প্ৰশ্ন কৰিছিল। লগতে ব্যৱসায়ী দৰ্শন হিৰণন্দনীৰ সৈতে তেওঁৰ সম্পৰ্কৰ সবিশেষ তথ্যও সোধা হৈছিল।

সূত্ৰৰ মতে, এই অশ্লীল প্ৰশ্নবোৰৰ কিছুমান আছিল এনেধৰণৰ— “২০২৩ চনত আপুনি হিৰণানন্দনীৰ সৈতে কিমানবাৰ যোগাযোগ কৰিছিল?”, “আপুনি কিমানবাৰ ডুবাই ভ্ৰমণ কৰিছিল?” আৰু “আপুনি ডুবাইত কোনখন হোটেলত থাকিছিল?”

বিৰোধী সাংসদসকলে দাবী কৰে যে সাংসদ মহুৱা মৈত্ৰই কিছুমান প্ৰশ্নৰ উত্তৰ দিছিল। ইফালে প্ৰশ্ন কৰিবলৈ উৎকোচ লোৱাৰ অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰিছে লোকসভাৰ সাংসদ মাহুৱা মৈত্ৰই।

Recent News

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd