• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ প্ৰায় ২০ লাখ স্বাস্থ্য কৰ্মীৰ বাবে ৫০ লাখ টকাৰ বীমা; ঘোষণা বিত্ত মন্ত্ৰী সীতাৰমণৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2020 3:26 pm

1 min read

nirmala-sitharaman

নিৰ্মালা সীতাৰমণ। উৎস-ইণ্টাৰনেট

2.8k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ বিভিন্ন দেশৰ পাছত ভাৰতবৰ্ষত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত চিকিৎসা কৰ্মীসকলে ক’ৰ’নাত আক্ৰান্ত হোৱা ব্যক্তি সকলক সুস্থ কৰি তোলাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি অহৰহ সেৱা আগবঢ়াই আহিছে।

দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বৃহস্পতিবাৰে মোদী কেবিনেটত হোৱা সিদ্ধান্ত মৰ্মে সংবাদমেল যোগে দেশৰ স্বাস্থ্য ক্ষেত্ৰত জড়িত হৈ থকা প্ৰতিগৰাকী স্বাস্থ্য কৰ্মীৰ বাবে তিনি মাহৰ বাবে ৫০ লাখ টকাৰ বীমা  আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

চিকিৎসা খণ্ডত জড়িত হৈ থকা চিকিৎসক, নাৰ্চ আৰু অন্যান্য কৰ্মীসকলে এই বীমাৰ সুবিধা লাভ কৰিব।

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে সমগ্ৰ দেশৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত প্ৰায় ২০ লাখ স্বাস্থ্য কৰ্মীয়ে চৰকাৰৰ এই পদক্ষেপৰ দ্বাৰা উপকৃত হ’ব।

আনহাতে, বিত্ত মন্ত্ৰী সীতাৰমনে নিজৰ সম্বোধনত দেশৰ চিকিৎসা খণ্ডত সেৱা আগবঢ়াই থকা কৰ্মীসকলক প্ৰশংসা কৰি তেওঁলোকে দেশৰ হৈ যি আদৰ্শ দেখুৱাইছে সেয়া সকলোৱে স্বীকাৰ কৰিছে বুলি কয়।

Recent News

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd