• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফেচবুক গ্ৰুপৰ বিৰুদ্ধে এজাহাৰ মনজিৎ মহন্তৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 8, 2020 7:50 pm
FIR filed against Facebook group in Guwahati
14.4k
VIEWS
Share on FacebookShare on Twitter

সাংবাদিক মনজিৎ মহন্তই “TV Pepartত নোপোৱা খবৰ” নামৰ ফেচবুক গ্ৰুপটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

মহন্তই তেওঁৰ লগতে বুদ্ধিজীৱী হীৰেন গোহাঁই আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ বিৰুদ্ধে গ্ৰুপটোত দিয়া পোষ্টক লৈ গীতানগৰ থানাত এজাহাৰ দাখিল কৰে।

মহন্তই কয় যে বিশেষ গ্রুপটোৱে তেওঁলোকৰ ফটো প্ৰকাশ কৰি লিখিছে এইদৰে, “এই তিনিটা ব্যক্তি হ’ল অসমৰ বিষাক্ত ভাইৰাছ।…”

FIR filed against Facebook group in Guwahati

ফেচবুক গ্রুপটোৰ  বিৰুদ্ধে গোচৰ দাখিল কৰি সাংবাদিক মহন্তই কয়, “যিটো পোষ্ট দিছে তাত ভাষাৰ কোনো মা–বাপ নাই। তাতে বুজি পোৱা যায় তেওঁলোকৰ জ্ঞান।”

বিজেপি আইটি চেলৰ উদ্যোগত এইসমূহ গ্রুপ চলি থকা বুলি অভিযোগ উত্থাপন কৰি মহন্তই কয়, “পুলিচ–প্ৰশাসনে চৰকাৰী পক্ষই দিয়া গোচৰ যিদৰে গুৰুত্ব দিয়ে আমি দিয়া গোচৰো গুৰুত্ব দিয়ক।”

তেওঁ সাম্প্ৰদায়িক মন্তব্য দিয়া প্ৰতিজনৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Recent News

ইউক্ৰেইনৰ কেন্দ্ৰত প্ৰৱেশ কৰিছে ৰাছিয়াৰ সেনা! যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই প্ৰথম, দাবী মস্কোৰ

ইউক্ৰেইনৰ কেন্দ্ৰত প্ৰৱেশ কৰিছে ৰাছিয়াৰ সেনা! যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই প্ৰথম, দাবী মস্কোৰ

দৈনিক বাদাম খোৱাৰ আছে অনেক উপকাৰিতা! আজিয়েই জানি থওক

দৈনিক বাদাম খোৱাৰ আছে অনেক উপকাৰিতা! আজিয়েই জানি থওক

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd