• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোমা দিবলৈ প্ৰত্যাহ্বান জনোৱা বিজেপিৰ বিধায়ক শিলাদিত্য দেবক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবীৰে হাজো থানাত গোচৰ

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
October 15, 2018 3:43 pm
Shiladitya-Dev-678x381

বিধায়ক শিলাদিত্য দেব। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্দ্বিধাই সততে সাম্প্ৰদায়িক আৰু উচটনিমূলক মন্তব্য দি থকা বিজেপিৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবক তেওঁৰ শেহতীয়া মন্তব্যৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে হাজো সমষ্টিৰ কংগ্ৰেছে।

আজি হাজো আৰক্ষী থানাত বিধায়কজনৰ বিৰুদ্ধে এই দাবীৰ সৈতে এখন এজাহাৰ দাখিল কৰিছে হাজো যুৱ কংগ্ৰেছ কমিটীৰ সভাপতি মুকুল আহমেদে।

নিজৰ এজাহাৰত মুকুল আহমেদে কয় যে যোৱা ১৩ অক্তোবৰত গুৱাহাটীৰ পাণ বজাৰত বোমা বিস্ফোৰণ হোৱাৰ পিছতে বিধায়কজনে উচটনিমূলক মন্তব্যৰে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ঈদত বোমা বিস্ফোৰণৰ বাবে প্ৰত্যাহ্বান জনাইছিল। এটা ব্যক্তিগত খণ্ডৰ টিভি চেনেলৰ সন্মুখত তেওঁ এই উচটনিমূলক মন্তব্য কৰিছিল।

FIR Agianst BJP MLA Shiladitya
হাজো যুৱ কংগ্ৰেছ কমিটীয়ে দিয়া এজাহাৰখনৰ প্ৰতিলিপি।

লগতে বিধায়কজনে পৰেশ বৰুৱাক ধুবুৰী, গোৱালপাৰা আৰু বৰপেটাত বোমা ফুটাবলৈও প্ৰত্যাহ্বান জনাইছিল।

এজাহাৰকাৰী মুকুল আহমেদৰ মতে, বিধায়ক শিলাদিত্যৰ এই উচটনিমূলক মন্তব্যবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বিচাৰযোগ্য। গতিকে তেওঁক অচিৰেই এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিব লাগে।

 

 

 

 

 

 

শিলাদিত্য দেবৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাতো এজাহাৰ

আনহাতে একেই উচটনিমূলক মন্তব্যৰ বাবে শিলাদিত্য দেবৰ বিৰুদ্ধে আজি এখন এজাহাৰ দাখিল কৰা হৈছে। উক্ত এজাহাৰখন দাখিল কৰিছে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে। ইপিনে কালি বৰপেটা জিলা আমছুৱেও বিধায়কজনৰ বিৰুদ্ধে একেটা কাৰণতে এজাহাৰ দাখিল কৰিছিল।

সততে উচটনিমূলক মন্তব্যৰে সমাজত অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি অহা বিজেপিৰ বিধায়কজনৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।

মৃদুল প্ৰীতম ডেকা

মৃদুল প্ৰীতম ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd