• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বত প্ৰথমবাৰৰ বাবে মৃগী ৰোগীৰ মূৰত সফলতাৰে প্ৰতিস্থাপন কৰা হ’ল বিশেষ যন্ত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2024 2:53 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

6.4k
VIEWS
Share on FacebookShare on Twitter

বিশ্বত প্ৰথমবাৰৰ বাবে পেশী সংকোচন নিয়ন্ত্ৰণৰ বাবে গুৰুতৰ মৃগীৰোগীৰ মূৰত বিশেষ যন্ত্ৰ (ডিভাইচ) প্ৰতিস্থাপন কৰা হৈছে। সংশ্লিষ্টসকলে দাবী কৰিছে যে ইয়াৰ জৰিয়তে বহুপৰিমানে পেশীৰ সংকোচন নিয়ন্ত্ৰণ কৰা সম্ভৱ।

যোৱা বছৰ অৰাণ ন’লছন নামৰ ১৩ বছৰীয়া ল’ৰা এটাৰ মূৰৰ খুলিত পৰীক্ষামূলকভাৱে এই যন্ত্ৰটো প্ৰতিস্থাপন কৰা হৈছিল। এই যন্ত্ৰটোৱে মগজুলৈ বৈদ্যুতিক সংকেত প্ৰেৰণ কৰি থকাৰ ফলত দিনৰ ভাগত তেওঁৰ পেশী সংকোচন বহু পৰিমাণে হ্ৰাস পাইছে।

এই যন্ত্ৰটোৰ নাম নিউৰোষ্টিমুলেটৰ (Neurostimulator) যিটো এম্বাৰ থেৰাপিউটিকছ (Amber Therapeutics) নামৰ ব্ৰিটিছ কোম্পানী এটাই নিৰ্মাণ কৰিছে। ইয়াৰ জৰিয়তে মগজুৰ গভীৰতালৈ বৈদ্যুতিক সংকেত প্ৰেৰণ কৰা সম্ভৱ।

যোৱা বছৰৰ অক্টোবৰ মাহত লণ্ডনৰ গ্ৰেট অৰমণ্ড ষ্ট্ৰীট হাস্পতালত অৰাণৰ মূৰত অস্ত্ৰোপচাৰৰ জৰিয়তে এই যন্ত্ৰটো প্ৰতিস্থাপন কৰা হৈছিল।

অৰাণৰ বিভিন্ন ধৰণৰ পেশীৰ সংকোচন হৈছিল। কেতিয়াবা কেতিয়াবা তেওঁ প্ৰচণ্ডভাৱে কঁপি কঁপি মাটিত পৰি চেতনা হেৰুৱাইছিল। আনকি তেওঁৰ উশাহ-নিশাহো প্ৰায়ে বন্ধ হৈ গৈছিল। তাৰ পিছত তেওঁক বচাবলৈ জৰুৰীকালীন ঔষধৰ প্ৰয়োজন হৈছিল। কিন্তু নিউৰ’ষ্টিমুলেটৰ প্ৰতিস্থাপনৰ পিছত অৰান আগৰ তুলনাত বহুত ভালে আছে।

মৃগীৰোগ হৈছে স্নায়ুজনিত বিকাৰ যাৰ ফলত পেশী সংকোচনৰ সৃষ্টি হয়। এই ৰোগৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও, মগজুৰ আঘাত, ষ্ট্ৰোক, মগজুৰ টিউমাৰ বা সংক্ৰমণ, জন্মগত বিসংগতিক সম্ভাৱ্য কাৰণ হিচাপে চিনাক্ত কৰা হয়।

Recent News

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd