• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিডত যোৰহাট জিলাৰ প্ৰথমটো মৃত্যু

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
July 12, 2020 9:30 pm
12 more Covid19 patients die in Assam on Saturday
3.2k
VIEWS
Share on FacebookShare on Twitter

ক’ভিড-১৯ত যোৰহাট জিলাত প্ৰথমটো মৃত্যুৰ ঘটনা দেওবাৰে সংঘটিত হৈছে।

আশিস চাহেৱালা নামৰ এজন ৩৮ বছৰীয়া ব্যৱসায়ীয়ে ক’ভিড-১৯ত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত প্ৰাণ হেৰুৱাইছে।
যোৰহাটৰ বৰুৱানী বাটৰ দুৰ্গা ক্লথ ষ্ট’ৰ নামৰ দোকানখনৰ মালিক চাহেৱালা দেওবাৰে পুৱা চিকিৎসালয়ত ভৰ্তি হৈছিল আৰু আবেলি প্ৰায় ৩.৩০ বজাত তেওঁৰ মৃত্যু হয়।

মৃত্যুৰ পিছত অহা তেওঁৰ ক’ভিড টেষ্টৰ ফলাফলত তেওঁক পজিটিভ পোৱা গৈছে।

চাহেৱালাই যোৱা কিছুদিন ধৰি জ্বৰত ভুগি আছিল আৰু উশাহ লোৱাত অসুবিধা পোৱাৰ বাবে শনিবাৰে জে এম চি এইচত টেষ্ট কৰোৱাইছিল।

উশাহ লোৱাত অধিক কষ্ট পোৱা বাবে দেওবাৰে তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিল।

চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে জনোৱা মতে তেওঁৰ আন কিবা ৰোগ আছিল নেকি সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই।

চিকিৎসকজনে লগতে জনাই যে টেষ্ট কৰিবলৈ আহোতেই শনিবাৰে তেওঁক চিকিৎসালয়ত ভৰ্তি হ’বলৈ কোৱা হৈছিল, কিন্তু তেওঁ মান্তি নহৈ ঘৰলৈ উভটি যায়।

যোৰহাটৰ উপায়ুক্ত ৰশ্নি এ কৰাতিয়ে জনোৱা মতে চাহেৱালাৰ আন কোনো সংক্ৰমিত ব্যক্তিৰ সৈতে সংস্পৰ্শ নাছিল।

চাহেৱালাই তেওঁৰ পত্নী, দুটা সন্তান, মাক আৰু ককায়েকক এৰি থৈ গৈছে।

যোৰহাটত এতিয়ালৈকে ১১ হাজাৰ ব্যক্তিৰ ক’ভিড টেষ্ট কৰোৱা হৈছে। তাৰে বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ১২৫গৰাকী।

Tags: COVID-19

Recent News

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd