• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ই ভি এম বিসংগতি : ভোটাৰে যতেই ভোট নিদিয়ক বিশেষ ৰাজনৈতিক প্ৰাৰ্থীৰ সপক্ষে পৰিল ভোট

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 11, 2019 2:27 pm
Voters

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

537
VIEWS
Share on FacebookShare on Twitter

আজি অসমত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিৰ ভোটদান প্ৰক্ৰিয়া চলি থকাৰ সময়তে শিৱসাগৰ জিলাৰ অন্তৰ্গত শিৱসাগৰ বিধানসভা সমষ্টিৰ জয়ৰাপাৰ এম ই স্কুলৰ ১১৬ নং ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম মেচিনত বেমেজালি হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

ই ভি এমৰ বিসংগতিৰ বাবেই ভোটাৰসকলে যতেই ভোট নিদিয়ক কিয় ভোটতো এটা বিশেষ ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে লাভ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই অভিযোগ উত্থাপন হোৱাত নিৰ্বাচনী বিষয়াই ৯. ১৫ বজাত উক্ত কেন্দ্ৰটোত ভোটগ্ৰহণ স্থগিত ৰাখে। পৰৱৰ্তী সময়ত নতুন এটা ই ভি এমৰ ব্যৱস্থা কৰাতহে ভোটদান প্ৰক্ৰিয়া পুনৰ আৰম্ভ হয়।

কিন্তু ইতিপূৰ্বে ভোটদান কৰা লোকসকলৰ ভোট বিশেষ ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে লাভ কৰিব নেকি তাক লৈ এতিয়া ভোটাৰৰ মাজত সৰৱ আলোচনা হোৱা পৰিলক্ষিত হৈছে। যিহেতু ইতিপূৰ্বে ২৯৮ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিছিল। ভোট কেন্দ্ৰটোত মুঠ ভোটাৰৰ সংখ্যা ৯৫৬ টা।

ইফালে একেটা বিধানসভা সমষ্টিৰে ১২ নং পোলিং ষ্টেশ্যনৰ ৩৯৩ দৰবাৰ ফিল্ড এল পি স্কুলতো ভোটাৰে ভোট দি থকা অৱস্থাত ই ভি এমত বিজুতি ঘটে। ৯৯৫ জন ভোটাৰ থকা কেন্দ্ৰটোত সেই সময়ত ৪৪৩ গৰাকী ভোটাৰে ভোটদান সম্পন্ন কৰিছিল।

দুপৰীয়া ১১ বজাৰ তথ্য অনুসৰি শিৱসাগৰ আৰু আমগুৰিত ২৯ শতাংশ আৰু থাওৰাত ৩১ শতাংশ ভোটদান সম্পন্ন হৈছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ৮১খন নতুন গাঁৱৰ সীমা নিৰ্ধাৰণৰ আদেশত অনুমোদন অসমৰ ৰাজ্যপালৰ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ৮১খন নতুন গাঁৱৰ সীমা নিৰ্ধাৰণৰ আদেশত অনুমোদন অসমৰ ৰাজ্যপালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd