NORTHEAST NOW (Assamese)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ মৰাত বাধা প্ৰশাসনৰ

January 13, 2022 9:44 am · ৰিদিপ শৰ্মা,কলিয়াবৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ মৰাত বাধা প্ৰশাসনৰ।

কাজিৰঙা জৈৱ বৈচিত্ৰৰ প্ৰতি গুৰুত্ব প্ৰদানৰে মৎস্য চিকাৰত বাধা।

নগাওঁ জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰাক কেন্দ্ৰ কৰি ৰাইজৰ বিক্ষোভ।

পুৱাই মাছ মাৰিবলৈ ওলাই অহা শ শ লোকক বাধা কলিয়াবৰ মহকুমা প্ৰশাসনৰ।

ৰাজপথৰ দুয়োকাষে অৱস্থান মাছ মাৰিবলৈ অহা কেবা শতাধিক লোকৰ।

চাৰিগৰাকী কাৰ্যবাহী দণ্ডাধীশ সহ অৱস্থান বিশাল আৰক্ষী বাহিনীৰো

ৰাইজৰ আহ্বান মাছ ধৰিবলৈ দি ৰাইজক ভোগালীৰ পৰম্পৰা ৰক্ষা কৰিবলৈ দিয়ক।

Related News