• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বালি ব্যৱসায়ীয়ে কাটি থৈ যোৱা মথাউৰিৰে প্লাৱিত হ’ল কৃষ্ণাইৰ চৰ্দাৰ পাৰা

নীলমনি শর্মা by নীলমনি শর্মা
May 23, 2020 6:57 am
Screenshot_2020-05-23-02-06-11-391_com.mxtech.videoplayer.ad

বালি ব্যৱসায়ীয়ে কাটি থোৱা মথাউৰিৰে প্লাৱিত কৃষ্ণাইৰ বিস্তৃত অঞ্চল। ফটো: নৰ্থইষ্ট নাও

2.5k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অব্যাহত আছে বালিৰ চিণ্ডিকেটৰাজ আৰু এইবাৰ চিণ্ডিকেটৰ বাবেই বানত বুৰ গ’ল গোৱালপাৰা জিলাৰ এক বিস্তীৰ্ণ অঞ্চল।

অবৈধভাৱে বালি মাফিয়াই খৰালি মথাউৰি কাটি খাস্তাং কৰাৰ ফলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

ইপিনে, এইক্ষেত্ৰত প্ৰশাসন নীৰৱ,নিৰ্বিকাৰ ভূমিকা প্ৰদৰ্শন কৰা দেখা গৈছে।

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ চৰ্দাৰপাৰত খৰালি সময়তে বালি ব্যৱসায়ীয়ে কাটি থোৱা মথাউৰিৰে প্লাবিত হৈ পৰিছে কৃষ্ণাইৰ বহু অঞ্চল।

যোৱা দুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণত এইবাৰ ডুবিল কৃষ্ণাই চৰ্দাৰপাৰা।

খৰালি স্থানীয় বালি ব্যৱসায়ী কেইজনমানে মথাউৰি কাটি কৃষ্ণাই নৈৰ বালি কঢ়িয়াই নিয়াৰ বাবে মথাউৰি ভঙা অংশৰে পানী সোমাই গাঁৱখনত বহুত ক্ষতি সাধন কৰে ৷

বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি যোৱাৰ লগতে পোহনীয়া জীৱ-জন্তুৰো ক্ষতি হয়।

ঘটনাৰ বিষয়ে ইতিমধ্যে স্থানীয় লোকে কৃষ্ণাই আৰক্ষীক অৱগত কৰিছে।

আৰক্ষীয়ে এই ঘটনাৰ বিষয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd