• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনক ভেঙুচালি; বিজেপি বিধায়কৰ বিৰিয়ানি পাৰ্টী, কংগ্ৰেছ বিধায়কে বিলালে নোট

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2020 11:30 am
Capture
778
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না প্ৰতিৰোধৰ বাবে লকডাউন আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থকাৰ বিপৰীতে একাংশ জনপ্ৰতিনিধিয়ে ইয়াক ভেঙুচালিলৈ পৰিণত কৰাত উঠি পৰি লাগিছে।

এই সকল জনপ্ৰতিনিধিয়ে না চৰকাৰী নিৰ্দেশ পালন কৰিব জানে না জনসাধাৰণ সুৰকক্ষাৰ কথা চিন্তা কৰে।

দেশত লকডাউন চলি থকাৰ পিছতো দেশত ক’ৰ’না ভাইৰাছৰ সংহাৰ হ্ৰাস পোৱা নাই। চৰকাৰে প্ৰত্যেকগৰাকী লোককে ভিৰ এলেকাত নাযাবলৈ অনুৰোধ কৰিছে, কিন্তু কৰ্ণাটকৰ বিজেপি বিধায়ক এম জয়ৰামৰ বাবে এইবিলাক কোনো ফেক্টৰে নহয়।

চৰকাৰ প্ৰশাসনৰ বাৰম্বাৰ অনুৰোধৰ পিছতো বিধায়ক গৰাকীয়ে ধুমধামেৰে পালন কৰে নিজৰ জন্মদিন।

কৰ্ণাটকৰ তুৰৱকেৰেৰ বিজেপি বিধায়ক এম জয়ৰামে টুমকৰৰ এখন চৰকাৰী বিদ্যালয়ত নিজৰ জন্মদিনৰ পাৰ্টীৰ আয়োজন কৰিছিল। পাৰ্টীত উপস্থিত আছিল বহু সংখ্যক জনতা। পাৰ্টীলৈ অহা প্ৰত্যেক গৰাকী লোককে বিৰিয়ানিৰে আদৰণি জনাইছিল।

পাৰ্টীলৈ অহা লোকসকলে মাস্ক পিন্ধিছিল যদিও পাহৰি গৈছিল সামাজিক দূৰত্ব।

উল্লেখ্য যে কাৰ্ণাটকত ১৯০ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৬ জন লোকৰ মৃত্যু হৈছে।

আনহাতে ঝাৰখণ্ড চৰকাৰৰ সহযোগী দল কংগ্ৰেছৰ বিধায়ক ইৰফান আনছাৰিয়েও সামাজিক দূৰত্বৰ ভৰিৰে মোহাৰি পেলোৱা পৰিলক্ষিত হৈছে। এটা ভিডিঅ‍’ত তেওঁ মহিলাসকলক ১০-১০ টকা বিতৰণ কৰি থকা দেখিবলৈ পোৱা যায়।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd