• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত দ্ৰুতবেগী চিলনী চোৰৰ চিকাৰ হ’ল বি এছ এফৰ জোৱান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2019 8:38 pm
DH Chor

চিলনী চোৰৰ কবলত পৰা বি এছ এফৰ জোৱানগৰাকী। ফটো উৎস- ইণ্টাৰেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰীত শুকুৰবাৰে এগৰাকী সীমা সুৰক্ষা বাহিনীৰ জোৱানৰ হাতৰ পৰা চিলনী চোৰে নগদ দুই লাখ টকা কৌশলেৰে লুটি লৈ যোৱাক কেন্দ্ৰ কৰি সমগ্ৰ ধুবুৰী চহৰত চাঞ্চল্যৰ সৃষ্টি হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবাগৰ বাসিন্দা বি এছ এফত কৰ্মৰত জোৱান চানোৱাৰ হুছেইনে আজি দিনৰ ভাগত কিছু ব্যক্তিগত কামত বেংকৰ পৰা দুই লাখ টকা উলিয়াইছিল।  বেংকৰ পৰা উলিওৱা টকাখিনি এখন বেগত ভৰাই ধুবুৰী জিলা অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখেৰে আহি থকা সময়তে হঠাৎ পিছফালৰ পৰা আহি কোনোবাই তেওঁৰ গাত বান্দৰ কেঁকোৱা চটিয়াই দিয়ে আৰু জোৱানগৰাকীৰ অন্যমনস্কতাৰ সুযোগ লৈ টকাভৰ্তি বেগখন লৈ উধাও হয়।

চানোৱাৰ হুছেইনে চুৰি কাৰ্য্য সংঘটিত হোৱাৰ পাছত চিঞৰ বাখৰ কৰে যদিও ক্ষীপ্ৰবেগী চিলনী চোৰ তেতিয়ালৈ অন্তৰ্ধান হৈছিল। হুছেইন ৰাজস্থানৰ ৫৭ বি এন বি এছ এফত কৰ্মৰত হৈ আছে, তেওঁ ছুটীৰ সময়ত ঘৰলৈ আহি কিছু ঘৰুৱা কাম-কাজ আগবঢ়াই থৈ যাবৰ বাবে টকাখিনি উলিয়াইছিল।

আনহাতে, এনেদৰে চিলনী চোৰে টকাখিনি লৈ পলাই যোৱাত জোৱানগৰাকী অসহায় হৈ পৰিছে। তেওঁ সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ধুবুৰী সদৰ আৰক্ষীৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

ধুবুৰী আৰক্ষীয়ে চিলনী চোৰক বিচাৰি তীব্ৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই চতুৰ চিলনী চোৰৰ।

স্থানীয় ৰাইজে দিন-দুপৰত এনেদৰে চহৰৰ মাজমজিয়াত স্বয়ং জিলা অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত সংঘটিত হোৱা চুৰি কাৰ্য্যৰ ফলত চৰম নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিংগাপুৰৰ পৰা দিল্লী অভিমুখে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ উৰিল বিমান

ছিংগাপুৰৰ পৰা দিল্লী অভিমুখে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ উৰিল বিমান

September 20, 2025 8:07 pm
জুবিনৰ গানৰ কেঁচা যৌৱনৰ গোন্ধ! তেজৰ টান? কোনে অস্বীকাৰ কৰিব

জুবিনৰ গানৰ কেঁচা যৌৱনৰ গোন্ধ! তেজৰ টান? কোনে অস্বীকাৰ কৰিব

September 20, 2025 7:43 pm
সৰুসজাই ক্রীড়া প্ৰকল্পৰ চৌহদত শিল্পী জুবিন গাৰ্গক ৰাজহুৱা শ্রদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

সৰুসজাই ক্রীড়া প্ৰকল্পৰ চৌহদত শিল্পী জুবিন গাৰ্গক ৰাজহুৱা শ্রদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

September 20, 2025 6:21 pm
যোৰহাটত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ পোষকতা যোৰহাটবাসীৰ  

যোৰহাটত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ পোষকতা যোৰহাটবাসীৰ  

September 20, 2025 6:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিংগাপুৰৰ পৰা দিল্লী অভিমুখে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ উৰিল বিমান

ছিংগাপুৰৰ পৰা দিল্লী অভিমুখে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ উৰিল বিমান

September 20, 2025 8:07 pm
জুবিনৰ গানৰ কেঁচা যৌৱনৰ গোন্ধ! তেজৰ টান? কোনে অস্বীকাৰ কৰিব

জুবিনৰ গানৰ কেঁচা যৌৱনৰ গোন্ধ! তেজৰ টান? কোনে অস্বীকাৰ কৰিব

September 20, 2025 7:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd