• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বজালী আৰক্ষীৰ কেলেংকাৰীৰ গোচৰত CID ৰ জালত স্বামীসহ প্ৰাক্তন এ এছ পি গায়ত্ৰী সোণোৱাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2023 1:02 pm
223
VIEWS
Share on FacebookShare on Twitter

বজালী দুৰ্নীতিৰ গোচৰৰ সৈতে জড়িত প্ৰাক্তন সহকাৰী আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালক শনিবাৰে গুৱাহাটীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰৰ পিছতে নিশাই গায়ত্ৰী সোণোৱাল আৰু তেওঁৰ স্বামী ববি সিং শৰ্মা দুয়োৰে স্বাস্থ্য পৰীক্ষা কৰা হয়।

ইয়াৰ পাছতে গায়ত্ৰী সোণোৱালক নিশা পান বজাৰৰ মহিলা আৰক্ষী থানাত ৰখাৰ বিপৰীতে স্বামী ববী সিং শৰ্মাক অপৰাধ অনুসন্ধান বিভাগৰ মুখ্য কাৰ্যালয়ত ৰখা হয়।

উৎকোচৰ অভিযোগত যোৱা ১ ছেপ্টেম্বৰত চি আই ডিয়ে বজালী আৰক্ষীৰ পাঁচজন আৰক্ষী বিষয়া আৰু দুজন চালককে ধৰি ৭জন লোকক আটক কৰিছিল ।  গ্ৰেপ্তাৰ হোৱা বিষয়াকেইজন হ’ল  উপ আৰক্ষী অধীক্ষক পুস্কল গগৈ, উপপৰিদৰ্শক অনুপ জ্যোতি পাতিৰি, দেবাজিত গিৰি, সহকাৰী উপপৰিদৰ্শক শশাংক দাস, কনিষ্ঠবল ইনজামুল হাসান আৰু দুই চালক ক্ৰমে দীপজয় ৰয় নবীৰ আহমেদ। এজন চুপাৰী ব্যৱসায়ীয়ে দাখিল কৰা অভিযোগৰ পিছতেই আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। 

উল্লেখযোগ্য যে ধন দাবীৰ অভিযোগ পোৱাৰ পিছত আগষ্ট মাহৰ প্ৰথম সপ্তাহত ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ে তদন্ত আৰম্ভ কৰিছিল। সেই ভিত্তিত ৩১ আগষ্টত অপৰাধমূলক গোচৰ ৰুজু হৈছিল।

বৰ্তমান এই অভিযোগৰ ওপৰত অধিক তদন্ত অব্যাহত ৰাখিছে অপৰাধ অনুসন্ধান বিভাগে।

Recent News

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd