• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ বেলতলাৰ অট্টালিকাত পৰিব নেকি এক্সকেভেটৰৰ আঁচোৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 3, 2018 3:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ প্ৰাক্তন সমাজকল্যাণ বিভাগৰ মন্ত্ৰী তথা দিচপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক অকন বৰাই কংগ্ৰেছৰ শাসনকালতেই বেলতলাত সাজিছিল বিল্ডিং। কিন্তু প্ৰশ্ন হৈছে উক্ত অট্টালিকাত পৰিব নেকি প্ৰশাসনৰ এক্সকেভেটৰৰ হাতোৰাৰ আঁচোৰ? কিয়নো অকন বৰাই সেই অট্টালিকাটো নিৰ্মাণ কৰিছিল  চৰকাৰী ভূমিত।

লক্ষণীয় কথা যে কামৰূপ মহানগৰ জিলাৰ বেলতলা মৌজাৰ ১ নং মৈদাম গাঁৱৰ ২৫৭৩ নং দাগৰ ৬৩৬ আৰ জমীৰ মাটিখিনি চৰকাৰী মাটি। সেই মাটিখিনিতে অকন বৰাই বিল্ডিং সাজি কেইবাবছৰো ধৰি বসবাস কৰি আহিছে।

আনহাতে ৩১ অক্টোবৰত প্ৰাক্তন মন্ত্ৰীগৰাকীলৈ দিচপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ স্বাক্ষৰ সম্বলিত এখন জাননী প্ৰেৰণ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীলৈ। লগতে মন্ত্ৰীগৰাকীক অসম ভূমি ৰাজহ আইন ১৮৮৬ অধিনিয়মৰ ১৮(৩)(ক) অনুসৰি অহা ১৫ দিনৰ ভিতৰত উক্ত চৰকাৰী মাটিখিনি বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে উক্ত জাননীৰ জৰিয়তে।

অনথ্যা উক্ত আইনৰ নিয়মানুসৰি যদি উক্ত চৰকাৰী ভূমি বেদখলমুক্ত নকৰে তেন্তে প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদ কাৰ্য্য সম্পন্ন কৰি চৰকাৰী নিয়মমতে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উচ্ছেদৰ জাননীখনত উল্লেখ আছে।

উল্লেখযোগ্য যে উক্ত দাগৰ চৰকাৰী মাটিখিনি বেদখল কৰি থকা অকন বৰাৰ এই তথ্য পোহৰলৈ আনিছিল আৰ টি আই কৰ্মী দুলাল বৰাই। তদুপৰি বৰাই ২৫৭৩ নম্বৰৰ চৰকাৰী দাগত অৱস্থিত বেলতলা বাথৌ মন্দিৰৰ পূব দিশে পানী অহা-যোৱা কৰা নলাটো আৰু বাথৌ মন্দিৰৰ মাটি দখল কৰি আছিল বুলি চলিত বৰ্ষৰ জুন মাহত মহানগৰ জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছিল। অভিযোগ দাখিল কৰাৰ পাছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁ যোৱা ১০ জুলাইত মুখ্য মন্ত্ৰীলৈ উক্ত মাটি বেদখল মুক্ত কৰিবলৈ আবেদন জনাই পত্ৰ প্ৰেৰণ কৰিছিল।

তাৰ পাছতেই কালি দিচপুৰ ৰাজহ চক্ৰ বিষয়াৰ তৰফৰ পৰা এই জাননী প্ৰেৰণ কৰা হৈছে যদিও অহা ১৫ দিনৰ পাছত সঁচাকৈয়ে এক্সকেভেটৰৰ হাতোৰা পৰিবনে সেইক্ষেত্ৰত এক প্ৰশ্ন উত্থাপন হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd