• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ বেলতলাৰ অট্টালিকাত পৰিব নেকি এক্সকেভেটৰৰ আঁচোৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 3, 2018 3:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ প্ৰাক্তন সমাজকল্যাণ বিভাগৰ মন্ত্ৰী তথা দিচপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক অকন বৰাই কংগ্ৰেছৰ শাসনকালতেই বেলতলাত সাজিছিল বিল্ডিং। কিন্তু প্ৰশ্ন হৈছে উক্ত অট্টালিকাত পৰিব নেকি প্ৰশাসনৰ এক্সকেভেটৰৰ হাতোৰাৰ আঁচোৰ? কিয়নো অকন বৰাই সেই অট্টালিকাটো নিৰ্মাণ কৰিছিল  চৰকাৰী ভূমিত।

লক্ষণীয় কথা যে কামৰূপ মহানগৰ জিলাৰ বেলতলা মৌজাৰ ১ নং মৈদাম গাঁৱৰ ২৫৭৩ নং দাগৰ ৬৩৬ আৰ জমীৰ মাটিখিনি চৰকাৰী মাটি। সেই মাটিখিনিতে অকন বৰাই বিল্ডিং সাজি কেইবাবছৰো ধৰি বসবাস কৰি আহিছে।

Apply Now

আনহাতে ৩১ অক্টোবৰত প্ৰাক্তন মন্ত্ৰীগৰাকীলৈ দিচপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ স্বাক্ষৰ সম্বলিত এখন জাননী প্ৰেৰণ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীলৈ। লগতে মন্ত্ৰীগৰাকীক অসম ভূমি ৰাজহ আইন ১৮৮৬ অধিনিয়মৰ ১৮(৩)(ক) অনুসৰি অহা ১৫ দিনৰ ভিতৰত উক্ত চৰকাৰী মাটিখিনি বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে উক্ত জাননীৰ জৰিয়তে।

অনথ্যা উক্ত আইনৰ নিয়মানুসৰি যদি উক্ত চৰকাৰী ভূমি বেদখলমুক্ত নকৰে তেন্তে প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদ কাৰ্য্য সম্পন্ন কৰি চৰকাৰী নিয়মমতে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উচ্ছেদৰ জাননীখনত উল্লেখ আছে।

উল্লেখযোগ্য যে উক্ত দাগৰ চৰকাৰী মাটিখিনি বেদখল কৰি থকা অকন বৰাৰ এই তথ্য পোহৰলৈ আনিছিল আৰ টি আই কৰ্মী দুলাল বৰাই। তদুপৰি বৰাই ২৫৭৩ নম্বৰৰ চৰকাৰী দাগত অৱস্থিত বেলতলা বাথৌ মন্দিৰৰ পূব দিশে পানী অহা-যোৱা কৰা নলাটো আৰু বাথৌ মন্দিৰৰ মাটি দখল কৰি আছিল বুলি চলিত বৰ্ষৰ জুন মাহত মহানগৰ জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছিল। অভিযোগ দাখিল কৰাৰ পাছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁ যোৱা ১০ জুলাইত মুখ্য মন্ত্ৰীলৈ উক্ত মাটি বেদখল মুক্ত কৰিবলৈ আবেদন জনাই পত্ৰ প্ৰেৰণ কৰিছিল।

তাৰ পাছতেই কালি দিচপুৰ ৰাজহ চক্ৰ বিষয়াৰ তৰফৰ পৰা এই জাননী প্ৰেৰণ কৰা হৈছে যদিও অহা ১৫ দিনৰ পাছত সঁচাকৈয়ে এক্সকেভেটৰৰ হাতোৰা পৰিবনে সেইক্ষেত্ৰত এক প্ৰশ্ন উত্থাপন হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd