• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 12, 2025 10:32 am
128
VIEWS
Share on FacebookShare on Twitter

ইয়াৰ পূৰ্বে দেশৰ তিনিগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশে সংসদীয় সমিতিত ‘এক দেশ, এক নিৰ্বাচন’ প্ৰস্তাৱক সমৰ্থন জনাইছে। কিন্তু এইবাৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ জে এছ খেহেৰ আৰু প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে বিধেয়কখনক লৈ প্ৰশ্ন উত্থাপন কৰিলে।

তেওঁলোকে দাবী কৰে যে বিধেয়কখনত কেইবাটাও ত্ৰুটি আছে। একে সময়তে তেওঁলোকৰ প্ৰস্তাৱ যে নিৰ্বাচন আয়োগক সীমাহীন ক্ষমতা দিব নোৱাৰি।

প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ মতে, যদিও ই সংবিধানৰ মৌলিক গাঁথনিত আঘাত হানিব নোৱাৰে, তথাপিও এই বিধেয়কখনত কেইবাটাও ত্ৰুটি আছে। অধিক সংশোধনীৰ প্ৰয়োজন আছে। অন্যথা ভৱিষ্যতে আইনী জটিলতাৰ সন্মুখীন হ’ব পাৰে। সংবিধানত আয়োগক অত্যধিক ক্ষমতা দিয়া হৈ গৈছে। পাঁচ বছৰ চৰকাৰ নাথাকিলে সুশাসনৰ ব্যৱস্থা কৰা সম্ভৱ নহয়।

ইপিনে ব্যয় হ্ৰাসৰ কথাও নুই কৰিব নোৱাৰি। অৱশ্যে কোনটো বেছি প্ৰয়োজনীয়, সুশাসন নে ব্যয় হ্ৰাস কৰাটো আমি বাছনি কৰিব লাগিব। প্ৰাক্তন মুখ্য ন্যায়াধীশ জে এছ খেহেৰে লগতে কয় যে আয়োগৰ ভূমিকাক লৈ মানুহৰ মনত বহু প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কৰ খচৰা অনুযায়ী যদি সংখ্যাগৰিষ্ঠতাৰ অভাৱত বিধানসভা বা লোকসভা ভংগ হয়, তেনেহ’লে কাৰ্যকালৰ বাকী থকা সময়ছোৱাৰ বাবেহে লোকসভা বা বিধানসভাৰ উপ-নিৰ্বাচন হ’ব। ইয়াৰ পিছত সকলো স্তৰৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব।

চৰকাৰে যুক্তি দিছে যে ইয়াৰ বাবে বৃহৎ খৰচ হ্ৰাস হ’ব। আনহাতে, বিৰোধীৰ অভিযোগ যে বিধানসভা-লোকসভা-পৌৰসভা-পঞ্চায়ত নিৰ্বাচন একেলগে অনুষ্ঠিত হ’লে গণতন্ত্ৰৰ বৈচিত্ৰ্য ধ্বংস হ’ব। প্ৰতিটো নিৰ্বাচন বেলেগ বেলেগ বিষয়ৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত হয়। সেই সুযোগ ৰাইজে হেৰুৱাব।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd