• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত জিলিকি উঠিল চাৰিখন অসমীয়া ছবি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 16, 2024 7:00 pm
254
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে প্ৰদান কৰা ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০২২ত চাৰিখন অসমীয়া ছবিয়ে স্বীকৃতি লাভ কৰিছে।

‘এমুঠি পুথি’ (এ ভেৰী ফিচি ট্ৰিপ)য়ে শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে। কুলনন্দিনী মহন্তৰ পৰিচালনাৰে এই ছবিখনৰ প্ৰযোজক আছিল মেটানৰ্মাল মোচন পিকচাৰ্ছ প্ৰাইভেট লিমিটেড।

নবাপন ডেকাৰ পৰিচালনা আৰু এইচ এম প্ৰডাকচনে প্ৰযোজনা কৰা ‘জুন্যোটা’ (শূন্য) ছবিখনে শ্ৰেষ্ঠ চুটি ছবি সন্মান লাভ কৰিছে।

আনহাতে, নন-ফিচাৰ ফিল্ম শাখাৰ দুখন ছবি – ‘বিৰুবালা – উইচ টু পদ্মশ্ৰী’ আৰু ‘হাৰগিলা – দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক’ – বিচাৰকৰ বিশেষ উল্লেখ লাভ কৰে।

আইমী বৰুৱা প্ৰডাকচন ছ’চাইটিৰ অধীনত প্ৰযোজিত ‘বিৰুবালা – উইচ টু পদ্মশ্ৰী’ পৰিচালনা কৰিছে আইমী বৰুৱাই। আনহাতে, ‘হাৰগিলা – দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক’ পৰিচালনা কৰিছে আই পি এছ পাৰ্থ সাৰথি মহন্তই।

তদুপৰি পৰিচালক ড° ববী শৰ্মা বৰুৱাৰ ‘ছিকাল'(যদিহে গছবোৰে কথা ক’ব পাৰিলেহেঁতেন)ক শ্ৰেষ্ঠ তিৱা ছবিৰ সন্মান প্ৰদান কৰা হৈছে।

Recent News

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

‘দুৰ্বল জীৱ-জন্তুক সমস্যা বুলি চিহ্নিত কৰিব নোৱাৰি’: দিল্লীৰ ৰাজপথৰ কুকুৰৰ ওপৰত ছুপ্ৰীম কোৰ্টৰ আদেশক লৈ ক্ষুব্ধ ৰাহুল গান্ধী

‘দুৰ্বল জীৱ-জন্তুক সমস্যা বুলি চিহ্নিত কৰিব নোৱাৰি’: দিল্লীৰ ৰাজপথৰ কুকুৰৰ ওপৰত ছুপ্ৰীম কোৰ্টৰ আদেশক লৈ ক্ষুব্ধ ৰাহুল গান্ধী

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ’ল অধ্যাপক গৌৰ গোপাল বণিকৰ নৱতম উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ’ল অধ্যাপক গৌৰ গোপাল বণিকৰ নৱতম উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’

নাবালিকাক ধৰ্ষণ : থানালৈ শিলগুটি নিক্ষেপ ন্যায় বিচাৰি যোৱা উন্মত্ত ৰাইজৰ

নাবালিকাক ধৰ্ষণ : থানালৈ শিলগুটি নিক্ষেপ ন্যায় বিচাৰি যোৱা উন্মত্ত ৰাইজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd