• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৪ জন; গুৰুতৰভাৱে আহত দুজন

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড় by অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়
November 12, 2024 11:38 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে পুৱাই তিনিচুকীয়া-ডিব্ৰুগড় বাইপাছত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হয়।

শিশুসহ ছয়জন লোক কঢ়িয়াই অনা চুইফট ডিজাইৰ (নম্বৰ AS06AA2583)গাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই নিৰ্মাণৰত কালভাৰ্টত খুন্দা মৰাৰ ফলত চাৰিজন যাত্ৰীৰ থিতাতে মৃত্যু হয়।

আজি পুৱা ডিব্ৰুগড় বাণীপুৰ ৰেলৱে ষ্টেচনৰ পৰা তিনিচুকীয়াৰ বৰডুবিলৈ গৈ থকা অৱস্থাত ডিব্ৰুগড়-তিনচুকীয়া বাইপাছৰ পানীতোলাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

লগতে পঢ়কঃ ১০ বছৰত দেশত পথ দুৰ্ঘটনাত মৃত্যু হৈছে ১৫.৩ লাখ লোকৰ; পূৰ্বৰ দশকৰ তুলনাত ৩ লাখ অধিক

খবৰ অনুসৰি গাড়ীখনত আছিল এটা পৰিয়ালৰ ছয়জন সদস্য। তেওঁলোকে তিনিচুকীয়াত বিয়াত অংশগ্ৰহণ কৰিবলৈ বিহাৰৰ পৰা আহিছিল।

আৰক্ষীয়ে জনোৱা মতে, গুৰুতৰভাৱে আহত পৰিয়ালৰ আন দুজন সদস্যক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

স্থানীয় ৰাইজে উদ্ধাৰ অভিযান আৰম্ভ কৰি আহতসকলক সহায় কৰাৰ লগতে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়কঃ কেনেকৈ? ট্ৰাম্পৰ হাতত পৰাস্ত হৈও আমেৰিকাৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হ’ব পাৰে কমলা হেৰিছ!

জানিব পৰা মতে, ঘটনাত নিহতকেইজনৰ বয়স ৪০ৰ পৰা ৪৫ বছৰৰ ভিতৰত হ’ব। 

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

September 9, 2025 11:27 am
ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

September 9, 2025 10:37 am
টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

September 9, 2025 10:20 am
বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

September 9, 2025 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

September 9, 2025 11:27 am
ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

September 9, 2025 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd