• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ ৪গৰাকী কোভিড-১৯পজিটিভ চিনাক্ত; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ২০৩জনলৈ বৃদ্ধি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 21, 2020 8:20 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

898
VIEWS
Share on FacebookShare on Twitter

আজিৰ দিনটোতে ১৫ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

নতুনকৈ আক্ৰান্ত সকল বহিঃ ৰাজ্যৰ পৰা আহি সৰুসজাই ষ্টেডিয়ামত কুৱাৰেন্টাইন হৈ আছিল।

আক্ৰান্ত সকলৰ দুগৰাকী পশ্চিম কাৰ্বিআংলঙৰ, ১ গৰাকী দৰং আৰু ১ গৰাকী ওদালগুৰি জিলাৰ।

টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে তেওঁলোকৰ সম্পূৰ্ণ পৰিচয় প্ৰদান কৰা নাই স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

বৰ্তমান ১৪২ গৰাকী লোক এই কৰনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৫৪ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

📌Alert ~ Four persons reported #COVID19 positive from Sarusajai Quarantine Centre – 2 belong to West Karbi Anglong; 1 each from Darrang and Udalguri.

↗️Total cases 203
↗️Recovered 54
↗️Active cases 142
↗️Deaths 04
↗️Migrated 03

Update 8.00 pm / May 21#AssamCovidCount pic.twitter.com/YjWoIzgIDV

— Himanta Biswa Sarma (@himantabiswa) May 21, 2020

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কিছুসময় পূৰ্বে  আক্ৰান্ত হোৱা সকলৰ ৮ গৰাকীৰ ৩ গৰাকী কোকৰাঝাৰ, ২ গৰাকী শিৱসাগৰ, ২ গৰাকী ধুবুৰী আৰু এগৰাকী ডিব্ৰুগড়ৰ।

ইয়াৰ পূৰ্বে দিনৰ ভাগত কোকৰাঝাৰত দুগৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

পুৱাৰ ভাগতো কোকৰাঝাৰ কুৱাৰেন্টাইন চেণ্টাৰত এগৰাকী লোকৰ দেহত এই ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

কালিৰ দিনটোত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

পৰহি দিনা ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

Tags: COVID-19

Recent News

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd