• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনী হিংসা! উত্তৰ প্ৰদেশত আছাদুদ্দিন ওৱেছিৰ গাড়ীলৈ লক্ষ্য কৰি চলিল গুলী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2022 8:45 pm
183
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশত আছাদউদ্দিন ওৱেছিৰ গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে। এআইএমআইএমৰ মুৰব্বী গৰাকীয়ে দাবী কৰা মতে মীৰাটৰ পৰা দিল্লীলৈ যোৱাৰ সময়ত তেওঁৰ গাড়ীলৈ লক্ষ্য কৰি চাৰি ৰাউণ্ড গুলী চলোৱা হয়।

হায়দৰাবাদৰ সাংসদগৰাকী বৰ্তমান সুৰক্ষিত বুলি কোৱা হৈছে। এই ঘটনাত আৰক্ষীয়ে এজনক আটক কৰিছে।

বৃহস্পতিবাৰে মীৰাটৰ কিঠৌৰ বিধানসভা সমষ্টিত প্ৰচাৰ অভিযানত আহিছিল ওৱেছি। প্ৰচাৰ শেষ কৰি দিল্লীলৈ ওভতাৰ সময়ত চাজাৰ্ছ টোল গেটৰ সমীপত তেওঁৰ গাড়ীলৈ গুলী চলোৱা হয়।  

বাতৰি অনুসৰি, গুলীচালনাত গাড়ীৰ চকা পাংচাৰ হয়। সাংসদ গৰাকীয়ে পাছত আন এখন গাড়ীৰে ৰাওনা হয়।

লগতে পঢ়ক: পাকিস্তানৰ সেনা ঘাটিত বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ; ৫জন সেনাকে ধৰি নিহত কমেও ১৯জন

ওৱেছিয়ে নিজৰ টুইটাৰত গাড়ীখনৰ এখন ছবিও প’ষ্ট কৰিছে। তাত গাড়ীৰ সন্মুখত আৰু পিছপিনৰ দৰ্জাত দুটা ফুটা দেখা গৈছে। সেয়া বুলেটৰ দাগ বুলি কোৱা হৈছে।

আৰক্ষীয়ে ইতিমধ্যে এজন লোকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। আটকাধীন লোকজনৰ জিম্মাৰ পৰা অস্ত্ৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

कुछ देर पहले छिजारसी टोल गेट पर मेरी गाड़ी पर गोलियाँ चलाई गयी। 4 राउंड फ़ायर हुए। 3-4 लोग थे, सब के सब भाग गए और हथियार वहीं छोड़ गए। मेरी गाड़ी पंक्चर हो गयी, लेकिन मैं दूसरी गाड़ी में बैठ कर वहाँ से निकल गया। हम सब महफ़ूज़ हैं। अलहमदु’लिलाह। pic.twitter.com/Q55qJbYRih

— Asaduddin Owaisi (@asadowaisi) February 3, 2022

আনহাতে, ঘটনাত জড়িত আনকেইজন লোক পলায়ন কৰা বুলি কোৱা হৈছে।

আছাদুদ্দিন ওৱেছিয়ে এই গুলীচালনাৰ এই ঘটনাৰ নিৰ্বাচন আয়োগক এক স্বতন্ত্ৰ তদন্তৰ বাবে আবেদন জনায়। এই সন্দৰ্ভত তেওঁ লোকসভাৰ অধ্যক্ষকো সাক্ষাৎ কৰিব বুলি জনাইছে।  

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd