• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাৰ্জত থকা মোবাইল বিস্ফোৰণ ঘটি ৪ শিশু ভাতৃ-ভগ্নীৰ মৃত্যু; গুৰুতৰভাৱে অগ্নিদগ্ধ পিতৃ-মাতৃ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2024 11:24 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

10.2k
VIEWS
Share on FacebookShare on Twitter

চাৰ্জ হৈ থকাৰ সময়তে মোবাইল বিস্ফোৰণ ঘটি মৃত্যু হয় চাৰি শিশু ভাতৃ-ভগ্নীৰ। সিহঁতৰ পিতৃ-মাতৃও গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ পৰে। উত্তৰ প্ৰদেশৰ মীৰাট জিলাত শনিবাৰে নিশা সংঘটিত হয় এই শোকাৱহ ঘটনা।

স্থানীয় আৰক্ষীৰ মতে, কৰ্মসূত্ৰে জনিয়ে পৰিয়ালৰ সৈতে মীৰাটৰ পল্লৱপুৰম থানা অঞ্চলত বাস কৰে। পত্নী আৰু চাৰিটা সন্তানৰ সৈতে তেওঁৰ পৰিয়ালটোৱে সুখেৰে জীৱন কটাইছিল। হোলীৰ বন্ধ থকাৰ বাবে শনিবাৰে জনি ঘৰতে আছিল আৰু ঘটনাৰ সময়ত তেওঁৰ পত্নীয়ে ৰন্ধা-বঢ়া কৰি আছিল। ঘৰৰ ভিতৰতে তেওঁলোকৰ চাৰিটা সন্তান সাৰিকা (১০), নিহাৰিকা (৪), সংস্কৰ (৬) আৰু কালুৱে (৪) খেলি আছিল।

লগতে পঢ়কঃ মৰ্মান্তিক! লণ্ডনত অধ্যয়ন কৰিবলৈ যোৱা ভাৰতীয় যুৱতীৰ অকালতে কৰুণ পৰিণতি

বাতৰি অনুসৰি, জনিয়ে মোবাইল চাৰ্জত দি পত্নীৰ সৈতে কথা পাতি আছিল। ফলত চুইচ বৰ্ডত হোৱা স্পাৰ্কবোৰ তেওঁলোকে লক্ষ্য কৰা নাছিল। হঠাৎ মোবাইলটো বিস্ফোৰণ ঘটে আৰু বিছনাত পৰি জুই লাগে। সেই জুইতে অগ্নিদগ্ধ হৈ মৃত্যু হয় শিশু চাৰিটাৰ। জনি আৰু তেওঁৰ পত্নীও গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ পৰে।

স্থানীয় বাসিন্দাসকলে জনি আৰু তেওঁৰ পত্নীক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও শিশুকেইটিক উদ্ধাৰ কৰিব নোৱাৰিলে। পিছত অগ্নিনিৰ্বাপক বাহিনী আহি জুই নিয়ন্ত্ৰণ কৰি চাৰিটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰে।

লগতে পঢ়কঃ বিষপান, তেজ বমি; নিৰ্বাচনৰ পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ হাস্পাতালত টিকট বঞ্চিত সাংসদ!

প্ৰাথমিকভাৱে জানিব পৰা গৈছে যে শ্বৰ্ট চাৰ্কিটৰ বাবে মোবাইল ফোনটোৰ বিস্ফোৰণ ঘটিছিল। আৰু সেই বিস্ফোৰণৰ ফলতে ঘৰটোত জুই লাগে। 

Recent News

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd