• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰ্মান্তিক! লণ্ডনত অধ্যয়ন কৰিবলৈ যোৱা ভাৰতীয় যুৱতীৰ অকালতে কৰুণ পৰিণতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2024 10:38 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ লণ্ডনত উদ্ধাৰ এগৰাকী ভাৰতীয় যুৱতীৰ মৃতদেহ। যোৱা সপ্তাহত সংঘটিত হৈছিল এই ঘটনা। জানিব পৰা মতে এই ৩৩ বছৰীয়া যুৱতীগৰাকী আছিল চেন্ট্ৰেল লণ্ডনৰ বাসিন্দা। চিয়েষ্টা কোচাৰ নামৰ এই যুৱতীগৰাকীয়ে চাইকেলেৰে ঘৰলৈ উভতি অহাৰ সময়তে তেওঁ এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। ট্ৰাকৰ তলত সোমাই চেপা খাই কৰুণ মৃত্যুক সাৱটি লয়।

ইয়াৰ পূৰ্বে চিয়েষ্টাই নিটি আয়োগত কাম কৰিছিল। শেহতীয়াকৈ তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা ‘বিহেভিয়াৰেল ছায়েন্স’ত পি এইচ ডি কৰি আছিল।

চিয়েষ্টা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ডাঃ এছ পিৰ কন্যা। কেৱল সেয়াই নহয়, তেওঁৰ পিতৃ চেলুলাৰ অপাৰেটৰ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া (চিঅ’এআই)ৰ সঞ্চালক প্ৰধান আছিল।

Apply Now

লগতে পঢ়কঃ বিষপান, তেজ বমি; নিৰ্বাচনৰ পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ হাস্পাতালত টিকট বঞ্চিত সাংসদ!

কন্যাৰ অকাল মৃত্যুত চিয়েষ্টাৰ পিতৃ শোকত ভাগি পৰিছে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, ‘১৯ মাৰ্চত তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা চাইকেলেৰে উভতি আহিছিল। তাৰ পিছতে ট্ৰাকৰ সৈতে খুন্দা মাৰে। এই ঘটনাত আমি আৰু তেওঁৰ বন্ধুসকল মৰ্মাহত হৈ পৰিছো। তেওঁৰ সৈতে আপোনাৰ কিবা স্মৃতি থাকিলে নিঃসংকোচে শ্বেয়াৰ কৰিব পাৰে। তাৰ বাবে লিংকটো তলত দিয়া হ’ল।’

লণ্ডনৰ এখন বাতৰি কাকতৰ মতে, ১৯ মাৰ্চৰ নিশা প্ৰায় ৮.৩০ বজাত এই ঘটনা সংঘটিত হৈছিল। দুৰ্ঘটনাৰ পিছতে ফেৰিংডন আৰু ক্লাৰ্কেনৱেলৰ আৰক্ষী আৰু পেৰামেডিকেলৰ লোক ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে চিয়েষ্টাক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰে।

লগতে পঢ়কঃ IPL 2024: খেল দেখুৱালে ৰোহিতে, অভিষেকতে ব্যৰ্থ অধিনায়ক হাৰ্দিক; মুম্বাইক হৰুৱালে গীলৰ গুজৰাটে

মেট্ৰপলিটান আৰক্ষীয়ে জনোৱা মতে, গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে চিয়েষ্টাক জৰুৰীকালীন সেৱালৈ লৈ যোৱা হয়। অৱশ্যে ৩৩ বছৰীয়া যুৱতীগৰাকীয়ে ঘটনাস্থলীতে শেষ নিশ্বাস ত্যাগ কৰে।

Cheistha Kochar worked with me on the #LIFE programme in @NITIAayog She was in the #Nudge unit and had gone to do her Ph.D in behavioural science at #LSE
Passed away in a terrible traffic incident while cycling in London. She was bright, brilliant & brave and always full of… pic.twitter.com/7WyyklhsTA

— Amitabh Kant (@amitabhk87) March 23, 2024

আৰক্ষীয়ে লগতে জনোৱা মতে, ট্ৰাকখনৰ চালকজনে ঘটনাস্থলীত ৰৈ বৰ্তমান আৰক্ষীক তেওঁলোকৰ সোধা-পোছাত সহায় কৰিছে। এই গোচৰত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আৰক্ষী বিষয়াসকলে দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীসকলক  আগবাঢ়ি আহিবলৈ আবেদন জনাইছে।

নিটি আয়োগৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে ছ’চিয়েল মিডিয়াত চিয়েষ্টাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, ‘চিয়েষ্টা কোচাৰে মোৰ সৈতে নিটি আয়োগত LIFE কাৰ্যসূচীত কাম কৰিছিল। তেওঁ Nudge ইউনিটত আছিল আৰু তাৰ পিছত লণ্ডন স্কুল অৱ ইকনমিক্সত ‘বিহেভিয়াৰেল ছায়েন্স’ত পি এইচ ডি কৰি আছিল। লণ্ডনত চাইকেল চলাই থকা অৱস্থাত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। বৰ খৰধৰকৈ গুচি গ’ল।’ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd