• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিষপান, তেজ বমি; নিৰ্বাচনৰ পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ হাস্পাতালত টিকট বঞ্চিত সাংসদ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2024 9:27 am
সাংসদ এ গনেশমূৰ্তি। ফটোঃ সংগ্ৰহীত।

সাংসদ এ গনেশমূৰ্তি। ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে পুৱাৰ পৰাই তেজ বমি আৰম্ভ হৈছিল। ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ পিছত পৰিয়ালৰ লোকে গম পায় যে সাংসদগৰাকীয়ে বিষ পান কৰি আত্মহননৰ চেষ্টা চলাইছিল। যোৱা লোকসভা নিৰ্বাচনত জয়ী হৈছিল। কিন্তু এইবাৰ দলটোৱে আৰু তেওঁৰ ওপৰত ভৰসা ৰখা নাই। দলৰ এনে আচৰণতে নিজকে শেষ কৰাৰ সিদ্ধান্ত লৈছিল অভিমানী সাংসদগৰাকীয়ে?

বিহ সেৱন কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে তামিলনাডুৰ পৰা লোকসভাৰ সাংসদ এ গণেশমূৰ্তি। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ এমডিএমকেৰ টিকটত জয়লাভ কৰিছিল।

পৰিয়ালৰ সূত্ৰ অনুসৰি সাংসদগৰাকীয়ে কীটনাশক সেৱন কৰিছে। মাজনিশাৰ পৰাই তেওঁ অসুস্থ অনুভৱ কৰিছিল। ৰাতিপুৱাৰ পৰা তেজ বমি আৰম্ভ হয়। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। সম্প্ৰতি সাংসদগৰাকী ভেন্টিলেটৰত থকা বুলি জানিব পৰা গৈছে।

Apply Now

লগতে পঢ়কঃ IPL 2024: খেল দেখুৱালে ৰোহিতে, অভিষেকতে ব্যৰ্থ অধিনায়ক হাৰ্দিক; মুম্বাইক হৰুৱালে গীলৰ গুজৰাটে

চিকিৎসকে জানিবলৈ দিছে যে তেওঁৰ অৱস্থা অতি সংকটজনক। কিন্তু সাংসদগৰাকীৰ শাৰীৰিক অৱস্থা সন্দৰ্ভত ৰাজহুৱাভাৱে একো ক’বলৈ সন্মত হোৱা নাই চিকিৎসালয় কৰ্তৃপক্ষ।

তামিলনাডুৰ ইৰোড সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ৭৬ বছৰীয়া সাংসদগৰাকী। ২০১৯ চনৰ নিৰ্বাচনত সেই আসনৰ পৰাই জয়ী হৈছিল। অৱশ্যে এইবাৰ তেওঁ নিৰ্বাচনী টিকট নাপালে।

তেওঁৰ পৰিয়ালৰ লোকে কয় যে গণেশমূৰ্তি টিকট নোপোৱাত বৰ বিচলিত হৈছিল। তেওঁ হতাশ হৈ পৰিছিল। কিন্তু আত্মহননৰ চেষ্টা কৰাৰ কথা কোনেও সপোনতো ভবা নাছিল।

আৰক্ষীৰ মতে, সাংসদ গণেশমূৰ্তিক কইম্বাটুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কি কাৰণত তেওঁ বিষ সেৱন কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দলটোৰ সৈতে কিবা মতানৈক্য হৈছিল নেকি সেই কথা জানিবলৈ চেষ্টা অব্যাহত আছে।

লগতে পঢ়কঃ ৩১ মাৰ্চত অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত বিশাল সমাৱেশ আয়োজন কৰিছে বিৰোধী ঐক্য ইণ্ডিয়াই

এম ডি এম কে নেতা দুৰাই ভাইকোৱে সাংসদজনে বিষ সেৱন কৰা খবৰ পাই তেওঁক চিকিৎসালয়ত দেখা কৰে। তামিলনাডুৰ মন্ত্ৰী এছ মুথুস্বামীকে ধৰি কেইবাজনো দলৰ নেতাও চিকিৎসালয়লৈ খবৰ ল’বলৈ গৈছে। অৱশ্যে এই ঘটনা সন্দৰ্ভত এমডিএমকেই একো কোৱা নাই।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd