• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত বিনামূলীয়া কৰ্কট ৰোগ চিনাক্তকৰণ শিবিৰৰ সফল সমাপ্তি

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 10, 2019 12:41 pm
1k
VIEWS
Share on FacebookShare on Twitter
দেওবাৰে শিৱসাগৰ চহৰৰ মিলন মন্দিৰত মাৰোৱাৰী যুৱ মঞ্চ শিৱসাগৰ শাখাৰ লগতে প্ৰগতি শাখা আৰু মাৰোৱাৰী পঞ্চায়ত জনদতব্য সমিতিয়ে আয়োজন কৰা কেঞ্চাৰ ৰোগ পৰীক্ষা আৰু সজাগতা শিবিৰৰ সফল সমাপ্তি ঘটে। এখন অত্যাধুনিক চলন্ত বাহনত সংযোজিত কেন্সাৰ স্কেনিং চেণ্টাৰত ১৪৭ জন ব্যক্তিয়ে কৰ্কট ৰোগৰ পৰীক্ষা কৰাৰ লগতে প্ৰায় ১০০ গৰাকী ব্যক্তিয়ে উচ্চ ৰক্ত চাপ, মধুমেহকে ধৰি বিভিন্ন ৰোগৰ পৰীক্ষা কৰে।
শিবিৰৰ আৰম্ভনিতে পৱন কেজিৰৱালৰ সঞ্চালনাত অনুষ্ঠিত উদ্ধোধনী সভাত সভাপতিত্ব কৰে মাৰোৱাৰী যুৱ মঞ্চৰ অধ্যক্ষ চম্পালাল তেচনীৱালে। সভাত বিনোদ আগৱালা, বিজয় কুমাৰ ছাৱচাৰিয়া, মমতা কেডিয়াৰ লগতে শিৱসাগৰ জিলাৰ সত্ৰ ন্যায়াধীশ এছ কে পোদ্দাৰ, চাওলুং চ্যুকাফা চুপাৰ স্পেচিয়েলিষ্ট হস্পিতেলৰ চি ই অ ডাঃ প্ৰকাশ খৌলনেকৰ উপস্থিত থাকে।
পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত উক্ত শিবিৰত শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ পৰা ডাঃ শেখৰ জ্যোতি ভূঞাৰ নেতৃত্বত চিকিৎসক আৰু নাৰ্চৰ এটা দলৰ লগতে চাওলুং চ্যুকাফা চুপাৰ স্পেচিয়েলিষ্ট হস্পিতেলৰ ডাক্তৰ আৰু নাৰ্চৰ এটা দল তথা ডাঃ এন কে চৌধৰী, ডাঃ বিমান গগৈ, ডাঃ ৰৌহিত পঞ্চাৰী আদিয়ে সহযোগ কৰে।
মাৰোৱাৰী যুৱ মঞ্চই লোৱা এই পদক্ষেপক জিলা সত্ৰ ন্যায়াধীশ এছ কে পোদ্দাৰে প্ৰশংসা কৰাৰ লগতে অনাগত দিনত এনে ধৰণৰ জনকল্যান মূলক কাৰ্যত তেওঁ পূৰ্ণ সহযোগ আগবঢ়াব বুলি কয়।

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd