• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৫ আগষ্টত ছাত্ৰ-ছাত্ৰীৰ বাবে চিনেমা হ’লত ‘মিছন মংগল’ৰ বিনামূলীয়া দৰ্শনী

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 12, 2019 6:52 am
BLINKANTHEM3107535g

প্ৰতিনিধিত্বমূলক ফটো

4.2k
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৭৩ তম স্বাধীনতা দিৱস উপলক্ষে অহা ১৫ আগষ্টত গুৱাহাটীকে ধৰি কামৰূপ মহানগৰ জিলাৰ চিনেমা হ’ল সমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে।

স্বাধীনতা দিৱসৰ দিনা দুপৰীয়া ১২ বজাৰ দৰ্শনীটো ছাত্ৰ-ছাত্ৰী সকলে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব।

উক্ত দিনা চিনেমা হ’ল সমূহৰ দুপৰীয়া ১২ বজাৰ দৰ্শনীটোত অক্ষয় কুমাৰ অভিনীত ভাৰতৰ মহাকাশ সফলতাৰ পটভূমিত নিৰ্মাণ কৰা ‘মিছন মংগল’ ছবি খন প্ৰদৰ্শন কৰা হ’ব।

জিলা প্ৰশাসনে ইতিমধ্যে গুৱাহাটী মহানগৰী তথা জিলা খনৰ চিনেমা হ’ল সমূহৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈ এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব দিয়ে।

উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰী সকলে চিনেমা হ’ল সমূহত প্ৰৱেশৰ সময়ত নিজ নিজ বিদ্যালয় তথা শিক্ষানুষ্ঠানৰ পৰিচয় পত্ৰ দেখুৱাব লাগিব।

আনহাতে, আগন্তুক স্বাধীনতা দিৱস উপলক্ষে মহাগৰীকে ধৰি জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

Recent News

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা বিজয় সেতুপথীয়ে! কিন্তু কিয়?

ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা বিজয় সেতুপথীয়ে! কিন্তু কিয়?

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd