• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অযোধ্যা ভূমি কেলেংকাৰী: মাত্ৰ দুই মিনিটতে ২ কোটিৰ পৰা ১৮.৫ কোটিলৈ বৃদ্ধি ভূমিৰ মূল্য!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2021 7:14 pm
Ayodhya land deal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজনীতিত তোলপাৰ লগোৱা অযোধ্যাৰ ভূমি কেলেংকাৰীত এবাৰ নহয়, তিনিবাৰকৈ একেখিনি ভূমিকে বিক্ৰী কৰি কোটি কোটি টকা লুণ্ঠন কৰা হৈছে। মাত্ৰ ২ কোটি টকীয়া মাটি মূল্য হ’ল ১৮.৫ কোটি টকা।

এই বিস্ফোৰক অভিযোগ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই।

Apply Now

এক সংবাদ মেলত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ভূমি কেলেংকাৰিৰ বিতং তথ্যসমূহ সদৰী কৰি কয় যে মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে অযোধ্যা ৰাম মন্দিৰৰ কাষৰ মাটিৰ মূল্য ২ কোটিৰ পৰা ১৮.৫ কোটিলৈ বৃদ্ধি কৰা হৈছিল।

কেনেকৈ যোগী আদিত্যনাথৰ চৰকাৰী বিষয়া, বিজেপি নেতা আৰু তেওঁলোকৰ অঙহী বঙহীসকলে অবৈধভাৱে ভূমি ক্ৰয় কৰিছিল তাৰ তথ্য ফাদিল কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই।

প্ৰিয়ংকা গান্ধীয়ে সাংবাদিকক ভূমি বিক্ৰীৰ নথি পত্ৰ দেখুওৱাই কিদৰে ৰাম মন্দিৰৰ কাষৰ ২ কোটি টকীয়া ভূমি ১৮.৫ কোটি টকা বিক্ৰী কৰা হৈছিল সেয়াও সদৰী কৰিছে।

প্ৰিয়ংকা গান্ধীৰ অভিযোগ মতে ২ কোটি মূল্যৰ ৰাম মন্দিৰৰ ওচৰৰ মাটি দুবাৰকৈ বিক্ৰী কৰা হৈছিল। প্ৰথমবাৰ ৮ কোটি টকাত আৰু দ্বিতীয়বাৰ ১৮.৫ কোটি টকাত।

২০১৭ চনত এজন নিৰ্দিষ্ট ব্যক্তিক বিক্ৰী কৰা মাটি সেই ব্যক্তিজনে দুটা ভাগত বিক্ৰী কৰিছিল। ব্যক্তিজনে প্ৰথমে পোনপটীয়াকৈ ৰাম মন্দিৰ ন্যাসক ৮ কোটি বিক্ৰী কৰিছিল।

দ্বিতীয়বাৰ মাত্ৰ ১৯ মিনিটৰ পিছত ৰবি মোহন তিৱাৰী নামৰ এজন লোকক মাত্ৰ ২ কোটি টকাত বিক্ৰী কৰা হৈছিল। ইয়াৰ পাঁচ মিনিটৰ পিছত এইজন ৰবি মোহন তিৱাৰীয়ে সেই ২ কোটি টকীয়া মাটি ১৮.৫ কোটি টকাত ৰাম মন্দিৰ ট্ৰাষ্টক বিক্ৰী কৰিছে একেখিনি মাটি।

সাংবাদিকক চৰকাৰী তথ্য প্ৰদৰ্শন কৰি এইদৰে কয় প্ৰিয়ংকা গান্ধীয়ে। গান্ধীয়ে লগতে কয় যে উক্ত ভূমিৰ চৰকাৰী মূল্য মাত্ৰ ২ কোটিৰ টকাৰ সামান্য বেছি।

প্ৰথমে ৮ কোটি টকাত এজন ব্যক্তিক বিক্ৰী কৰাৰ মাত্ৰ পাঁচ মিনিটৰ ভিতৰতে পুনৰ অবৈধভাৱে একেখিনি মাটিকে ১৮.৫ কোটি টকাত বিক্ৰী কৰাটো ভূমি কেলেংকাৰি নহয় কি বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।

ইফালে এজন আৰএছএছৰ শীৰ্ষ সদস্য আৰু ৰাম মন্দিৰ সমিতিৰ ট্ৰাষ্টী আৰু অযোধ্যাৰ মেয়ৰ এই ভূমি চুক্তিৰ সাক্ষী বুলিও প্ৰিয়ংকা গান্ধীয়ে দাবী কৰিছে।

প্ৰিয়ংকা গান্ধীয়ে তথ্যসহ প্ৰমাণ কৰাৰ পিছতে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি কেলেংকাৰি কিমান বৃহৎ আৰু ভয়াৱহ সেয়া স্পষ্ট হৈ পৰিছে। ৰাজ্য চৰকাৰৰ তথা ৰাজহ প্ৰশাসনৰ সহযোগ নাথাকিলে এই বিয়াগোম ভূমি কেলেংকাৰি সংঘটিত হোৱা সম্ভৱ নে? সমগ্ৰ দেশবাসীৰ মনত এতিয়া এই প্ৰশ্নই উদয় হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd