IPL Auction: দুদিন ধৰি চলা নিলামত ১০টা দলে ক্ৰয় কৰিলে মুঠ ২০৪গৰাকী ক্ৰিকেটাৰক; চাওক সম্পূৰ্ণ তালিকা

WhatsApp Image 2022-02-14 at 8.01.59 AM

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ বা চমুকৈ আইপিএল-২০২২ৰ নিলামৰ বাবে বিচিচিআইয়ে মুঠ ৬০০গৰাকী ক্ৰিকেটাৰৰ তালিকা প্ৰকাশ কৰিছিল। দুদিন ধৰা চলা এই নিলামত ১০টা ফ্ৰেঞ্চাইজীয়ে ইয়াৰ ভিতৰত মুঠ ২০৪গৰাকী ক্ৰিকেটাৰক তেওঁলোকৰ দলসমূহত অন্তৰ্ভুক্ত কৰে।

এইবাৰ নিলামত মুঠ ৬৭গৰাকী বিদেশী ক্ৰিকেটাৰে দলসমূহত স্থান পোৱাৰ বিপৰীতে স্থান পোৱা দেশীয় ক্ৰিকেটাৰৰ সংখ্যা হৈছে ১৩৭গৰাকী।

নিলামত কোন দলে কোন কোন ক্ৰিকেটাৰক তেওঁলোকৰ দলত নিলে আৰু তেওঁলোকক কিমান টকাত ক্ৰয় কৰিলে তাৰ সম্পূৰ্ণ তালিকা চাওক।

চেন্নাই ছুপা কিং:

তুষাৰ দেশপাণ্ডে (২০ লাখ), আম্বাতি ৰায়ড়ু (৬ কোটি ৭৫ লাখ), দীপক চাহাৰ (১৪ কোটি), কেএম আছিফ (২০ লাখ), ডোয়েন ব্রেভো (৪ কোটি ৪০ লাখ), ৰবীন উথাপ্পা (২ কোটি), কে ভগত বর্মা (২০ লাখ), ক্রিছ জর্ডন (৩ কোটি ৬০ লাখ), এন জগদীশন (২০ লাখ), হৰি নিশান্ত (২০ লাখ), প্রশান্ত চোলাংকি (১ কোটি ২০ লাখ), মুকেশ চৌধৰী (২০ লাখ), শুভ্রাংশু সেনাপতি (২০লাখ), এডাম মিলিন (১ কোটি ৯০ লাখ), মিচেল ছেন্টনাৰ (১ কোটি ৯০ লাখ), ডোয়েন প্রিটোৰিয়াছ (৫০ লাখ), ডেভন কনওৱে (১ কোটি), সমৰজিৎ সিং (২০ লাখ), ৰাজবর্ধন হাংগার্গেকৰ (১ কোটি ৫০ লাখ), মহিছ থিকছানা (৭০লাখ), শিবম ডুবে (৪ কোটি)।

দিল্লপিট:

শার্দুল ঠাকুৰ (১০ কোটি ৭৫ লাখ), মিচেল মাৰ্ছ (৬ কোটি ৫০ লাখ), মুস্তাফিজুৰ ৰহমান (২ কোটি), কেএছ ভৰত (২ কোটি), ডেভিড ওৱার্নাৰ (৬ কোটি ২৬ লাখ), কুলদীপ যাদব (২ কোটি), অশ্বিন হেব্বাৰ (২০ লাখ), কমলেশ নাগাৰকোটি (১ কোটি ১০ লাখ), ছৰফৰাজ খান (২০ লাখ), ভিকি ওস্তৱাল( ২০লাখ), টিম চেফাৰ্ট (৫০ লাখ), লুংগি এনগিডি (৫০ লাখ), প্রবীণ ডুবে (৫০ লাখ), ৰোভমেন পাওৱেল (২ কোটি ৮০ লাখ), যশ ধুল (৫০ লাখ), ৰিপল পেটেল (২০ লাখ), ললিত যাদব (৬৫ লাখ), চেতন চাকাৰিয়া (৪ কোটি ২০ লাখ), খলিল আহমেদ (৫ কোটি ২৫ লাখ), মনদ্বীপ সিং (১ কোটি ১০ লাখ)।

গুজৰাট টাইটান:

নূৰ আহমেদ (৩০ লাখ), জেছন ৰয় (২ কোটি), মহম্মদ ছামী (৬ কোটি ২৫ লাখ), ৰাহুল তেওৱাটিয়া (৯ কোটি), অভিনব সাদাৰংগানি (২ কোটি ৬০ লাখ), লকি ফার্গুছন (১০ কোটি), আৰ ছাই কিশোৰ (৩ কোটি), বৰণ এৰন (৫০লাখ), গুৰকিৰৎ সিং (৫০ লাখ), মেথিউ ৱেড (২ কোটি ৪০ লাখ), ঋদ্ধিমান সাহা (১ কোটি ৯০ লাখ), ডেভিড মিলাৰ (৩ কোটি), প্রদীপ সাংগোৱান (২০ লাখ), আলজাৰি জোছেফ (২ কোটি ৪০ লাখ), যশ দয়াল (৩ কোটি ২০ লাখ), দর্শন নালকাণ্ডে (২০ লাখ), বিজয় শংকৰ (১ কোটি ৪০ লাখ), জয়ন্ত যাদব (১ কোটি ৭০ লাখ), ড’মিনিক ড্রেকছ (১ কোটি ১০ লাখ)।

কলকাতা নাইট ৰাইডাৰ্ছ:

শিবম মাভি (৭ কোটি ২৫ লাখ), চেল্ডন জেকছন (৬০লাখ), পেট কামিন্স (৭ কোটি ২৫ লাখ), শ্রেয়াস আয়াৰ (১২ কোটি ২৫ লাখ), নীতিশ ৰানা (৮ কোটি), আমন খান (২০ লাখ), উমেশ যাদব (২ কোটি), মহম্মদ নবী (১ কোটি), ৰমেশ কুমাৰ (২০ লাখ), টিম ছাউডি (১ কোটি ৫০ লাখ), এলেক্স হেলছ (১ কোটি ৫০ লাখ),ছেম বিলিংছ (২ কোটি), অশোক শর্মা (২০ লাখ), প্রথম সিং (২০লাখ), অভিজিৎ তোমৰ (২০ লাখ), চামিকা কৰুণাৰত্নে (৫০ লাখ), বাবা ইন্দ্রজিৎ (২০ লাখ), ৰসিখ ডৰ (২০ লাখ), অনুকুল ৰায় (২০ লাখ), ৰিংকু সিং (৫৫ লাখ), অজিংকা ৰাহানে (১ কোটি)।

ক্ষ্ণৌ ছুপা জায়ন্ট:

আবেশ খান (১০ কোটি), কুইন্টন ডি’কক (৬ কোটি ৭৫ লাখ), মার্ক উড (৭ কোটি ৫০ লাখ), মণীষ পাণ্ডে (৪ কোটি ৬০ লাখ), জেছন হোল্ডাৰ (৮ কোটি ৭৫ লাখ), দীপক হুডা (৫ কোটি ৭৫ লাখ), ক্রুণাল পাণ্ডিয়া (৮ কোটি ২৫ লাখ), অংকিত ৰজপুত (৫০ লাখ), মায়াংক যাদব (২০ লাখ), এভিন লুইস (২ কোটি), কৰণ শর্মা (২০ লাখ), কাইল মায়েৰ্ছ (৫০ লাখ), আয়ূস বাদোনি (২০লাখ), মহচিন খান (২০ লাখ), মনন ভোৰা (২০ লাখ), শ্বাহবাজ নাদিম (৫০ লাখ), দুষ্মন্ত চামিৰা (২ কোটি), কৃষ্ণাপ্পা গৌতম (৯০ লাখ)।

মুম্বই ইণ্ডিয়ানছ:

বাছিল থাম্পি (৩০ লাখ), মুৰুগান অশ্বিন (১ কোটি ৬০ লাখ), ডেওৱাল্ড ব্রেভিছ (৩ কোটি), ইশান কিষাণ (১৫ কোটি ২৫ লাখ), ফেবিয়ান এলেন (৭৫লাখ), আৰিয়ান জুৱাল (২০ লাখ), অর্জুন তেণ্ডুলকাৰ (৩০ লাখ), হৃত্বিক ছোকিন (২০ লাখ), ৰাহুল বুদ্ধি (২০ লাখ), ৰমনদীপ সিং (২০ লাখ), আনমোলপ্রীত সিং (২০ লাখ), মহম্মদ আৰ্ছাদ (২০ লাখ), ৰিলি মেৰেডিথ (১ কোটি), টিম ডেভিড (৮ কোটি ২৫ লাখ), টাইমাল মিলছ (১ কোটি ৫০ লাখ), ডেনিয়েল ছেমস (২ কোটি ৬০ লাখ), জোফ্রা আর্চাৰ (৮ কোটি), সঞ্জয় যাদব (৫০ লাখ), তিলক বর্মা (১ কোটি ৭০ লাখ), মায়াংক মার্কাণ্ডে (৬৫ লাখ), জয়দেব উনাদকাট (১ কোটি ৩০ লাখ)।

পঞ্জা কিং:

জিতেশ শর্মা (২০ লাখ), শাহৰুখ খান (৯ কোটি), জনি বেয়াৰষ্টো (৬ কোটি ৭৫ লাখ), হৰপ্রীত ব্রাৰ (৩ কোটি ৮০ লাখ), শিখৰ ধাৱান (৮ কোটি ২৫ লাখ), ইশান পোড়েল (২৫লাখ), কাগিছো ৰাবাডা (৯ কোটি ২৫ লাখ), ৰহুল চাহাৰ (৫ কোটি ২৫ লাখ), প্রবসিমৰন সিং (৬০ লাখ), বেনি হাওৱেল (৪০ লাখ), ভানুকা ৰাজাপক্ষে (৫০ লাখ), অথর্ব টাইডে (২০লাখ), নেথন এলিছ (৭৫লাখ), অংশ পেটেল (২০ লাখ), বলতেজ ধান্ধা (২০ লাখ), ঋত্ত্বিক চেটাৰ্জী (২০ লাখ), বৈভব আৰোৰা (২ কোটি), প্রেৰক মানকড় (২০ লাখ), ঋষি ধাৱান (৫৫লাখ), ৰাজ বাওৱা (২ কোটি), সন্দীপ শর্মা (৫০ লাখ), ওডিন স্মিথ (৬ কোটি), লিয়াম লিভিংষ্টোন (১১ কোটি ৫০ লাখ)।

ৰাজস্থান ৰয়ে: 

কেচি কাৰিয়াপ্পা (৩০ লাখ), ৰিয়ান পৰাগ (৩ কোটি ৮০ লাখ), ট্রেন্ট বোল্ট (৮ কোটি), ৰবিচন্দ্রন অশ্বিন (৫ কোটি), যুজবেন্দ্র চাহাল (৬কোটি ৫০ লাখ), ছিমৰন হেটমেয়াৰ (৮ কোটি ৫০ লাখ), প্রসিদ্ধ কৃষ্ণা (১০ কোটি), দেবদূত পাডিক্কাল (৭ কোটি ৭৫ লাখ), ডাৰিল মিচেল (৭৫লাখ), ৰাচি ভেন ডাৰ ডাসেন (১ কোটি), নেথন কুল্টাৰ-নাইল (২ কোটি), জিমি নিচাম (১ কোটি ৫০ লাখ), শুভম গাৰোৱাল (২০ লাখ), কুলদীপ যাদব (২০লাখ), তেজছ বৰোকা (২০ লাখ), ধ্রুব জুৰেল (২০ লাখ), কৰুণ নায়াৰ(১ কোটি ৪০ লাখ), কুলদীপ সেন (২০ লাখ), অৰুনয় সিং (২০লাখ), উবেদ মেককয় (৭৫লাখ), নৱদীপ ছাইনি (২ কোটি ৬০ লাখ)।

ৰচিবি: 

ফেফ ডু’প্লেছি (৭ কোটি), অনুজ ৰাৱাত (৩ কোটি ৪০ লাখ), জোছ হেজেলউড (৭ কোটি ৭৫ লাখ), আকাশ দ্বীপ (২০ লাখ), শ্বাহবাজ আহমেদ (২ কোটি ৪০ লাখ), দীনেশ কার্তিক (৫ কোটি ৫০ লাখ), হর্ষল পেটেল (১০ কোটি ৭৫ লাখ), ওৱানিন্দু হাসাৰাংগা (১০ কোটি ৭৫ লাখ), ডেভিড উইলি (২ কোটি), লুবনিথ ছিচোদিয়া (২০ লাখ), সিদ্ধার্থ কউল (৭৫লাখ), কৰণ শর্মা (৫০ লাখ), অন্বেশ্বৰ গৌতম (২০ লাখ), চামা মিলিন্দ (২৫লাখ), জেছন বেহৰেনডর্ফ (৭৫লাখ), শ্বেৰফান ৰাডাৰফোর্ড (১ কোটি), ফিন এলেন (৮০ লাখ), মহীপাল লোমৰ’ৰ (৯৫লাখ)।

ছাৰাইজাৰ্ছ হায়দৰাবাদ: 

নিকোলাছ পুৰান (১০ কোটি ৭৫ লাখ), জগদীশা সূচীত (২০ লাখ), শ্রেয়স গোপাল (৭৫লাখ), কার্তিক ত্যাগী (৪ কোটি), ৱাশ্বিংটন সুন্দৰ (৮ কোটি ৭৫ লাখ), ভুবনেশ্বৰ কুমাৰ (৪ কোটি ২০ লাখ), টি নটৰজন (৪ কোটি), প্রিয়ম গর্গ (২০ লাখ), অভিষেক শর্মা (৬ কোটি ৫০ লাখ), ৰহুল ত্রিপাঠী (৮ কোটি ৫০ লাখ), ফজলহক ফাৰুকি (৫০লাখ), গ্লেন ফিলিপছ (১ কোটি ৫০ লাখ), বিষ্ণু বিনোদ (৫০ লাখ), সৌৰভ ডুবে (২০ লাখ), শশাংক সিং (২০লাখ), আৰ সামর্থ (২০লাখ), ছিয়ান এবট (২ কোটি ৪০ লাখ), ৰোমাৰিঅ’ শ্বেফার্ড (৭ কোটি ৭৫ লাখ), মাৰ্কো জনছেন (৪ কোটি ২০ লাখ), এডেন মার্কৰম (২ কোটি ৬০ লাখ)।