• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান বিপদজনক? বিশেষজ্ঞ পেনেল গঠনৰ আবেদন উচ্চতম ন্যায়ালয়ত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 2, 2024 12:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এষ্ট্ৰাজেনেকাৰ কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া থকাৰ দাবী তুলি ব্ৰিটেইনৰ আদালতত প্ৰথমে গোচৰ তৰা হৈছিল। এতিয়ালৈকে এই বিষয়ত সন্দেহ দূৰ কৰা নাই ভেকচিন নিৰ্মাণ কোম্পানীটোৱে। কিন্তু শেহতীয়াকৈ তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকৰ ভেকচিন গ্ৰহণ কৰিলে বিৰল পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।

ভাৰতত কোভিশ্বিল্ড নামেৰে এষ্ট্ৰাজেনেকাৰ ভেকচিনটোৰ ইয়াৰ ভেকচিন ড’জে বিৰল ৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। এই খবৰ পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কাৰণ ভাৰতৰ বেছিভাগ মানুহেই এই ভেকচিন গ্ৰহণ কৰিছিল। এনে পৰিস্থিতিত এইবাৰ উচ্চতম ন্যায়ালয়তো ৰুজু কৰা হৈছে গোচৰ। উচ্চতম ন্যায়ালয়ক কোভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়টো চালিজাৰি চোৱাৰ বাবে অবেদন জনোৱা হৈছে।

বিশাল তিৱাৰী নামৰ এজন অধিবক্তাই এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। তেওঁ কোভিশ্বিল্ড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ লগত জড়িত বিপদৰ মূল্যায়নৰ বাবে চিকিৎসকৰ বিশেষজ্ঞ পেনেল গঠন কৰিবলৈ দাবী জনায়।

Apply Now

লগতে পঢ়কঃ কোভিড ভেকচিনৰ প্ৰমাণ পত্ৰৰ পৰা আঁতৰিল প্ৰধানমন্ত্ৰী মোডীৰ ফটো; কিয় দিয়া হ’ল আঁতৰাই?

একে সময়তে এই ভেকচিন গ্ৰহণ কৰাৰ পিছত অসুস্থ বা মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ প্ৰত্যক্ষ ক্ষতিপূৰণ দিবলৈও অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে এই কোভিশ্বিল্ড ভেকচিন ভাৰতত ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া বা এছআইআই-ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল।

ধাৰাবাহিক অভিযোগ আৰু গোচৰৰ অন্তত এষ্ট্ৰাজেনেকাই স্বীকাৰ কৰে যে ভেকচিন লোৱা লোকসকলৰ থ্ৰম্ব’ছিছ বা তেজ জমা হোৱাৰ লক্ষণ দেখা দিব পাৰে। পূৰ্বে ভেকচিন লোৱাৰ পিছত দেখা দিয়া লক্ষণসমূহক চিকিৎসা বিজ্ঞানৰ ভাষাত পৰা থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰম (TTS) বুলি জনা যায়। আনকি তেজত থকা প্লেটলেট বা অনুচক্ৰিকা কমি যোৱা দেখা গৈছে।

কোভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া স্বীকাৰ কৰাৰ লগতে এষ্ট্ৰাজেনেকাই লগতে কয় যে ৰোগীৰ সুৰক্ষা তেওঁলোকৰ শীৰ্ষ অগ্ৰাধিকাৰ। তেওঁলোকে সকলো ঔষধ আৰু ভেকচিনৰ সুৰক্ষা স্পষ্টভাৱে নিশ্চিত কৰে। তদুপৰি যিসকলে নিজৰ আপোনজনক হেৰুৱাইছে বা টিকাকৰণৰ পিছত শাৰীৰিক সমস্যাত ভুগিছে ​​তেওঁলোকৰ প্ৰতি সমবেদনা প্ৰকাশ কৰে।

লগতে পঢ়কঃ মৰ্মান্তিক! বেঁকী নদীত গা ধুবলৈ গৈ বৰপেটা ৰোডৰ তিনি যুৱকৰ কৰুণ মৃত্যু

এষ্ট্ৰাজেনেকাই কোৱা নাই যে তেওঁলোকৰ ভেকচিন একেবাৰেই নিৰাপদ নহয়। তেওঁলোকে এক বিবৃতিত কয়, “বিৰল ৰোগৰ আশংকা কম। অতি কম সংখ্যক লোকৰহে এই ৰোগৰ লক্ষণ দেখা দিছিল। এইটো অতি বিৰল ঘটনা। ভেকচিনত কোনো ধৰণৰ খুঁত নাই। ভেকচিন সকলোৰে বাবে নিৰাপদ আৰু সুৰক্ষিত।” 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd