• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

`প্ৰধানমন্ত্ৰী ডাঙৰীয়া, প্ৰতিজন ভাৰতীয়ই আমাৰ ভোট বেংক’-পত্ৰ লিখি মোদীক উভতি ধৰিল খাৰ্গেই

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 2, 2024 3:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক ‘নিজৰ ভোট বেংক’ক সন্তুষ্ট কৰা বুলি অহৰহ অভিযোগ উত্থাপন কৰি আছে। ইয়াত দশক দশক ধৰি কংগ্ৰেছক ভোট দি অহা মুছলমান ভোট বেংকৰ প্ৰত্যক্ষ উল্লেখ বুলি বিবেচিত হৈছে। এতিয়া কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই পত্ৰ লিখি প্ৰধানমন্ত্ৰীক তাৰ উত্তৰ দিছে।

খাৰ্গেই কয় যে আমাৰ ভোট বেংক প্ৰতিজন ভাৰতীয়। পত্ৰখন টুইট কৰি খাৰ্গে আজি লিখিছে, ‘প্ৰিয় প্ৰধানমন্ত্ৰী, মই আপোনাৰ চিঠিখন দেখিছো যিখন আপুনি এন ডি এৰ সকলো প্ৰাৰ্থীলৈ লিখিছে… হতাশাৰ বাবে আপুনি এনে ভাষা ব্যৱহাৰ কৰিছে যিটো প্ৰধানমন্ত্ৰীৰ লগত খাপ নাখায়।’

খাৰ্গেই মোদীক কয় যে চিঠিখনৰ পৰা এনে লাগে যে ভাষণত কোৱা ‘মিছা’ৰ কোনো প্ৰভাৱ পৰা নাই, এতিয়া আপুনি বিচাৰে যে এন ডি এৰ প্ৰাৰ্থীসকলে আপোনাৰ ‘মিছা’ক আৰু আগুৱাই নিব। তেওঁ কয় যে ভোটাৰসকল ইমানেই বুদ্ধিমান যে কংগ্ৰেছে ইস্তাহাৰত কি লিখিছে আৰু যি নিশ্চয়তা দিছে সেয়া পঢ়িব পাৰে, বুজিব পাৰে।

Apply Now

লগতে পঢ়কঃ কোভিড ভেকচিনৰ প্ৰমাণ পত্ৰৰ পৰা আঁতৰিল প্ৰধানমন্ত্ৰী মোডীৰ ফটো; কিয় দিয়া হ’ল আঁতৰাই?

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে আপুনি যিখন চিঠিত SC, ST, OBC ৰ পৰা সংৰক্ষণ কাঢ়ি লোৱা হ’ব আৰু ‘আমাৰ ভোট বেংক’ক দিয়া হ’ব বুলি দাবী কৰিছে, ‘আমাৰ ভোট বেংক’ হৈছে প্ৰতিজন ভাৰতীয়ই।

কংগ্ৰেছ মুৰব্বীগৰাকীয়ে কটাক্ষ কৰি কয় যে আপোনাৰ চিঠিখন দেখাৰ পিছত মই অনুভৱ কৰিছো যে আপুনি কম ভোটদানৰ বাবে চিন্তাত পৰিছে। ইয়াৰ পৰা দেখা যায় যে আপোনাৰ নীতিক লৈ মানুহ উত্তেজিত নহয়। খাৰ্গেই উপদেশ দি লিখিছে যে প্ৰধানমন্ত্ৰী হিচাপে ঘৃণামূলক ভাষণ দিয়াৰ পৰিৱৰ্তে যোৱা ১০ বছৰত আপোনাৰ চৰকাৰে কৰা কামৰ আধাৰত ভোট বিচৰাটো ভাল হ’ব।

Sharing the text of my letter to Shri @narendramodi calling out his repeated lies in the election campaign.

Dear Pradhan Mantri Ji,

I saw the letter written by you to all the NDA candidates about what they need to communicate to the voters.
From the tone and content of the… pic.twitter.com/5zLwndVAro

— Mallikarjun Kharge (@kharge) May 2, 2024

উল্লেখ্য যে অবিৰতভাৱে বহু সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে আজিকালি সমগ্ৰ দেশতে ৰাজপৰিয়ালৰ ৰাজকুমাৰে জোৰ দি কৈছে যে আপোনাৰ সম্পত্তিৰ এক্স-ৰে কৰা হ’ব। মংগলসূত্ৰই হওক বা আন যিকোনো গহনা হওক, কংগ্ৰেছে ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে ইয়াক জব্দ কৰি বিতৰণ কৰি ভোট বেংক মজবুত কৰিব। ইস্তাহাৰত এই কথা উল্লেখ কৰা হৈছে। কিন্তু কংগ্ৰেছে দাবী কৰে যে ইস্তাহাৰত কাৰো পৰা একো কাঢ়ি লোৱাৰ কথা লিখা নাই।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd