• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কানাডাত পুনৰ ‘মোষ্ট ৱাণ্টেড’ খালিস্তানী উগ্ৰপন্থীক হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2023 12:29 pm
সুখদল সিং ওৰফে সুখা ডুনেকৰ। ফাইল ফটো: সংগ্ৰহীত।

সুখদল সিং ওৰফে সুখা ডুনেকৰ। ফাইল ফটো: সংগ্ৰহীত।

545
VIEWS
Share on FacebookShare on Twitter

কানাডা-ভাৰতৰ কূটনৈতিক সম্পৰ্কত জটিলতাৰ সৃষ্টি হোৱাৰ মাজতে এজন মোষ্ট ৱাণ্টেড’ খালিস্তানী উগ্ৰপন্থীক হত্যা কৰা হৈছে।

কানাডাত পুনৰ হত্যা কৰা হ’ল এজন খালিস্তানী উগ্ৰপন্থীক। বুধবাৰে নিশা গেং ৱাৰত মৃত্যু হয় সুখদল সিং ওৰফে সুখা ডুনেকৰ।

ইফালে, বুধবাৰে এন আই এয়ে এক্স হেণ্ডেলত ৪৩ জন “মোষ্ট ৱাণ্টেড” সন্ত্ৰাসবাদী আৰু গেংষ্টাৰৰ তালিকা প্ৰকাশ কৰে। সেই তালিকাত সুখদল সিঙৰ নামো আছিল।

লগতে পঢ়ক: চন্দ্ৰৰ বুকুত সূৰ্য্যোদয়ৰ লগে লগে আশাবাদী ইছৰোৰ বিজ্ঞানীসকল; নিদ্ৰা ভাঙিবনে লেণ্ডাৰ-ৰ’ভাৰৰ?

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সুখদলে ভাৰত এৰি ২০১৭ চনত কানাডালৈ পলায়ন কৰে। তেওঁ পঞ্জাৱৰ মোগা জিলাৰ ডেবিন্দৰ বাম্বাভিয়া মাফিয়া গেঙৰ সদস্য আছিল।

উল্লেখ্য যে যোৱা ১৯ জুনত কানাডাত এনেদৰেই গুলীয়াই হত্যা কৰা হৈছিল হৰদীপ সিং নিজ্জাৰক। তেওঁৰ হত্যাকাণ্ডৰ পিছত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে জনাইছিল যে খালিস্তানী নেতাজনৰ হত্যাকাণ্ডত ভাৰতীয় লোক জড়িত বুলি তদন্তকাৰীয়ে ধাৰণা কৰে।

লগতে পঢ়ক: পাকিস্তানীৰ সৈতে ‘স্পৰ্শকাতৰ তথ্য বিনিময়’ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ এজন লোক

ইতিমধ্যে এই ঘটনাৰ পিছৰে পৰা কানাডা আৰু ভাৰতৰ সম্পৰ্কত জটিলতাৰ সৃষ্টি হৈছে।

Recent News

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd