• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 10, 2025 11:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক অৱগত কৰিছে। সতীৰ্থ ৰোহিত শৰ্মাই টেষ্টৰ পৰা অৱসৰ ঘোষণা কৰাৰ পিছৰে পৰা নিৰ্বাচকৰ দৃষ্টিত আছিল ৩৬ বছৰীয়া কোহলী।

২০১৪ চনত টেষ্ট অধিনায়ক হিচাপে দায়িত্ব লোৱা কোহলীক ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ টেষ্ট অধিনায়ক হিচাপে বহুলভাৱে গণ্য কৰা হয়। তেওঁৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলটোৱে উল্লেখযোগ্য সফলতা লাভ কৰিছিল। ইয়াৰে এটা হৈছে অষ্ট্ৰেলিয়াত প্ৰথমবাৰৰ বাবে টেষ্ট শৃংখলাত জয়ী হোৱা। এই ঐতিহাসিক সাফল্যই ভাৰতীয় ক্ৰিকেটৰ গৌৰৱময় অধ্যায়ত স্থান দখল কৰিছে।

Apply Now

কোহলীৰ নেতৃত্বত ভাৰতে দক্ষিণ আফ্ৰিকাত টেষ্ট শৃংখলাত ড্ৰ’ কৰিছিল আৰু অন্তিমটো ইংলেণ্ড ভ্ৰমণত পাঁচখন খেলৰ টেষ্ট শৃংখলাত ২-১ ব্যৱধানত আগবাঢ়ি আছিল। কিন্তু চূড়ান্ত টেষ্টখন এবছৰৰ বাবে পিছুৱাই দিয়া হয় আৰু পিছত সেই মেচখনত ইংলেণ্ডে জয়লাভ কৰি শৃংখলাটো ২-২ত সমতা স্থাপন কৰে।

কোহলীয়ে ভাৰতৰ পেচ এটেকত বৈপ্লৱিক পৰিৱৰ্তন আনে। ইয়াৰ ফলত বিদেশী মাটিত ভাৰতৰ বিজয়ৰ বাট মুকলি হয় । ভুৱনেশ্বৰ কুমাৰ, মহম্মদ ছামী, ঈশান্ত শৰ্মা, যশপ্ৰীত বুমৰাহ, উমেশ যাদৱৰ দৰে পেচাৰ তেওঁৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰে। তেওঁলোকে নিজকে বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰিছে।

সংখ্যাৰ দিশৰ পৰা কোহলী ভাৰতৰ সফল টেষ্ট অধিনায়ক। তেওঁৰ নেতৃত্বত ভাৰতে ৬৮ খন টেষ্ট মেচ খেলিছিল, ইয়াৰে ৪০ খনত জয়, ১৭ খনত পৰাজয় আৰু ১১ খন ড্ৰ’ কৰিছিল। এই ৪০ খন জয়ৰ ভিতৰত ২৫ খন ঘৰুৱা আৰু ১৫ খন বিদেশত। অধিনায়ক হিচাপে কোহলীৰ জয়ৰ শতকৰা হাৰ ৫৮.৮২শতাংশ যিটো তেওঁৰ নেতৃত্বৰ শ্ৰেষ্ঠতাৰ সাক্ষী।

অৱশ্যে শেহতীয়াকৈ কোহলীয়ে টেষ্ট ক্ৰিকেটত ফৰ্মৰ অভাৱৰ মাজেৰে পাৰ হৈ আহিছে। অষ্ট্ৰেলিয়াত তেওঁৰ প্ৰদৰ্শন আছিল হতাশাজনক। ৫ খন টেষ্টত ৯ ইনিংছত মাত্ৰ ১৯০ ৰানহে কৰিছিল। তাত মাত্ৰ এটা শতৰাণ আছিল। প্ৰায় একে ধৰণেৰে আউট হোৱাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। এই ফৰ্মৰ অভাৱ তেওঁৰ অৱসৰৰ সিদ্ধান্তৰ আঁৰৰ কাৰণ হ’ব পাৰে।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত বিচিচিআই আৰু নিৰ্বাচকসকলক অৱগত কৰিছে। ২০ জুনৰ পৰা ইংলেণ্ডত পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলাৰ বাবে ভাৰতে প্ৰস্তুতি চলোৱাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰ পূৰ্বে ৰোহিত শৰ্মাইও টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল, কাৰণ বিচিচিআইয়ে তেওঁক নতুন টেষ্ট শৃংখলাত অধিনায়ক হিচাপে নাৰাখিবলৈ সিদ্ধান্ত লৈছিল। আগন্তুক ইংলেণ্ড ভ্ৰমণৰ বাবে কোহলীক নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে বিচিচিআইয়ে।

প্ৰতিবেদনত কোৱা হৈছে যে, “তেওঁ নিজৰ সিদ্ধান্তত থিয় দি ব’ৰ্ডক জনাইছে যে তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ বাবে আগবাঢ়িছে। বিচিচিআইয়ে তেওঁক সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। কিন্তু তেওঁ এতিয়াও কোনো সঁহাৰি দিয়া নাই।”

উল্লেখ্য যে বিৰাট কোহলীয়ে ১২৩খন টেষ্ট মেচত ৯,২৩০ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত ৩০টা শতক আৰু ৩১টা অৰ্ধশতক আছে। গড় ৪৬.৮৫। কোহলীয়ে ২০১১ চনৰ ২৯ জুনত কিংষ্টনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটায়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd