• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ভাৰতৰ মানচিত্ৰ নতুনকৈ প্ৰস্তুত কৰিবলৈ আহ্বান অৰুণাচলৰ সাংসদ টাপিৰ গাওৰ

চীনত সোমাই আছে ১০০ কিলোমিটাৰতকৈ অধিক অংশ, দাবী সাংসদজনৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
February 5, 2020 9:13 pm
Map
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটিছৰ শাসনকালতে ছাৰ্ভে অব ইণ্ডিয়াই ভাৰতৰ মানচিত্ৰ অংকন কৰোঁতা গুৰুতৰ ভুল কৰা বাবেই ভাৰতৰ ১০০ কিলোমিটাৰতকৈ অধিক ভূমি চীনত অন্তৰ্ভুক্ত হ’ল বুলি দাবী তুলি আজি লোকসভাত ভাৰতৰ মানচিত্ৰ পুনৰ অংকন কৰাৰ আহ্বান জনাইছে অৰুণাচল প্ৰদেশৰ সাংসদ টাপিৰ গাৱে।

সাংসদজনে সদনৰ মজিয়াত তথ্য দাঙি ধৰি কয় ৰাজ্যখনৰ দিবং উপত্যকা জিলাত থকা এংগি উপত্যকাত (Angie Valley) ১০০ কিলোমিটাৰতকৈ অধিক ভূমি চীনৰ ফালে সামৰি সীমাৰেখা অংকন কৰা হৈছিল।

“সামৰিক পৰিভাষাত অঞ্চলটোক পীচ ষ্টেইট ৱান (Peace StateI) বুলিও কোৱা হয় আৰু ভাৰতীয় বাহিনীৰ দ্বাৰা সুৰক্ষা দি থকা হয়। কিন্তু ছাৰ্ভে অব ইণ্ডিয়াই প্ৰস্তুত কৰা মানচিত্ৰত ইয়াক ১০০ কিলোমিটাৰতকৈ বেছি চীনত সোমাই আছে”, অৰুণাচল পূব সমষ্টিক প্ৰতিনিধিত্ব কৰা গাৱে লোকসভাত কয়।

একেদৰে আনজ (Anjaw) জিলাৰো কাজাপ আৰু কায়ো উপত্যকাৰ দৰে কিছু অংশ ভাৰতৰ ঠাই যদিও ছাৰ্ভে অব ইণ্ডিয়াই এইবোৰক ভাৰতৰ পৰা বাহিৰত ৰাখিলে, দাবী সাংসদজনৰ।

তেওঁ লগতে কয় যে এই অঞ্চলবোৰত থকা সকলো ব’ৰ্ডাৰ আউটপোষ্ট ভাৰতীয় সেনা আৰু ইণ্ডো-তিব্বেতান সীমান্ত আৰক্ষীৰ জোৱানে সুৰক্ষা দিয়ে।

“যেনেকৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতীয় মানচিত্ৰৰ অধীনলৈ অনা হ’ল সেইদৰে ভাৰত চৰকাৰক অৰুণাচল প্ৰদেশৰ সমস্ত অংশক অন্তৰ্ভুক্ত কৰি মানচিত্ৰ প্ৰস্তুত কৰাৰ বাবে আহ্বান জনাইছো”, গাৱে কয়।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

September 13, 2025 4:01 pm
দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 13, 2025 3:09 pm
‘বেদখলকাৰী’ইউছুফ পাঠান!  প্ৰয়োজন হ’লে বুলডজাৰ ব্যৱহাৰ কৰা হ’ব বুলি গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

‘বেদখলকাৰী’ইউছুফ পাঠান!  প্ৰয়োজন হ’লে বুলডজাৰ ব্যৱহাৰ কৰা হ’ব বুলি গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

September 13, 2025 3:01 pm
মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

September 13, 2025 1:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

September 13, 2025 4:01 pm
দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 13, 2025 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd