• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ভাৰতৰ মানচিত্ৰ নতুনকৈ প্ৰস্তুত কৰিবলৈ আহ্বান অৰুণাচলৰ সাংসদ টাপিৰ গাওৰ

চীনত সোমাই আছে ১০০ কিলোমিটাৰতকৈ অধিক অংশ, দাবী সাংসদজনৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
February 5, 2020 9:13 pm
Map
330
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটিছৰ শাসনকালতে ছাৰ্ভে অব ইণ্ডিয়াই ভাৰতৰ মানচিত্ৰ অংকন কৰোঁতা গুৰুতৰ ভুল কৰা বাবেই ভাৰতৰ ১০০ কিলোমিটাৰতকৈ অধিক ভূমি চীনত অন্তৰ্ভুক্ত হ’ল বুলি দাবী তুলি আজি লোকসভাত ভাৰতৰ মানচিত্ৰ পুনৰ অংকন কৰাৰ আহ্বান জনাইছে অৰুণাচল প্ৰদেশৰ সাংসদ টাপিৰ গাৱে।

সাংসদজনে সদনৰ মজিয়াত তথ্য দাঙি ধৰি কয় ৰাজ্যখনৰ দিবং উপত্যকা জিলাত থকা এংগি উপত্যকাত (Angie Valley) ১০০ কিলোমিটাৰতকৈ অধিক ভূমি চীনৰ ফালে সামৰি সীমাৰেখা অংকন কৰা হৈছিল।

Apply Now

“সামৰিক পৰিভাষাত অঞ্চলটোক পীচ ষ্টেইট ৱান (Peace StateI) বুলিও কোৱা হয় আৰু ভাৰতীয় বাহিনীৰ দ্বাৰা সুৰক্ষা দি থকা হয়। কিন্তু ছাৰ্ভে অব ইণ্ডিয়াই প্ৰস্তুত কৰা মানচিত্ৰত ইয়াক ১০০ কিলোমিটাৰতকৈ বেছি চীনত সোমাই আছে”, অৰুণাচল পূব সমষ্টিক প্ৰতিনিধিত্ব কৰা গাৱে লোকসভাত কয়।

একেদৰে আনজ (Anjaw) জিলাৰো কাজাপ আৰু কায়ো উপত্যকাৰ দৰে কিছু অংশ ভাৰতৰ ঠাই যদিও ছাৰ্ভে অব ইণ্ডিয়াই এইবোৰক ভাৰতৰ পৰা বাহিৰত ৰাখিলে, দাবী সাংসদজনৰ।

তেওঁ লগতে কয় যে এই অঞ্চলবোৰত থকা সকলো ব’ৰ্ডাৰ আউটপোষ্ট ভাৰতীয় সেনা আৰু ইণ্ডো-তিব্বেতান সীমান্ত আৰক্ষীৰ জোৱানে সুৰক্ষা দিয়ে।

“যেনেকৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতীয় মানচিত্ৰৰ অধীনলৈ অনা হ’ল সেইদৰে ভাৰত চৰকাৰক অৰুণাচল প্ৰদেশৰ সমস্ত অংশক অন্তৰ্ভুক্ত কৰি মানচিত্ৰ প্ৰস্তুত কৰাৰ বাবে আহ্বান জনাইছো”, গাৱে কয়।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd