• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমচাং বনাঞ্চল সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2023 4:30 pm
1.7k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত অসম বন বিভাগক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। অহা ৮ সপ্তাহৰ ভিতৰত বন বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ক দাখিল কৰিব লাগিব এই প্ৰতিবেদন।

উল্লেখযোগ্য যে ২০১৩ চনত উচ্চ ন্যায়ালয়ে এই বিষয়টোৰ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ তৰিছিল, য’ত বন বিভাগক আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমাৰ মানচিত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

চৰকাৰী তথ্য অনুসৰি ভাৰতীয় জৰীপে ইতিমধ্যে অসমৰ বনাঞ্চল খনে চাৰিসীমা নিৰ্ধাৰণৰ কাম কৰি আছে।

উল্লেখ্য যে যোৱা মাহত নগাঁও আৰু শোণিতপুৰৰ জিলা প্ৰশাসনে বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যক অবৈধ বেদখলৰ পৰা মুক্ত কৰাৰ বাবে এক অভিযান চলাইছিল।

প্ৰায় ১৮৯২ হেক্টৰ মাটি অবৈধ দখলৰ পৰা মুক্ত কৰাৰ বাবে এই বৃহৎ বেদখল বিৰোধী অভিযান চলোৱা বুলি জনাইছে প্ৰশাসনৰ বিষয়া সকলে।

শোণিতপুৰ আৰু নগাঁৱৰ জিলা প্ৰশাসনৰ তথ্য অনুসৰি অঞ্চলটোত বেদখলকাৰীয়ে অবৈধভাৱে চৰকাৰী ভূমিৰ বিশাল এলেকা দখল কৰিছে। ইতিমধ্যে প্ৰশাসনে দখলদাৰী লোকসকলক ভূমিসমূহ খালী কৰিবলৈ জাননী জাৰি কৰিছে।

এতিয়া আমচাং বনাঞ্চলৰ সীমা সন্দৰ্ভত বন বিভাগে ন্যায়ালয়ক প্ৰতিবেদন দাখিল কৰাৰ পিছতেই হয়তো আমচাঙৰ বেদলখীকৃত ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলাব গুৱাহাটী মহানগৰ প্ৰশাসনে।

Recent News

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd