• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

General knowledge : চৰকাৰী নিযুক্তি পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কিছু প্ৰশ্নোত্তৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 11, 2025 9:34 pm
General knowledge : চৰকাৰী নিযুক্তি পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কিছু প্ৰশ্নোত্তৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১/ ফ্লিম ফেয়াৰ এৱাৰ্ড ২০২৪ ত কোনখন ছবিয়ে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছিল?

উত্তৰঃ টুৱেলভথ ফেইল।

২/ ভাৰতৰ ষ্টেন্ডাৰ্ড মেৰিডিয়ান কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়?
উত্তৰঃ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, চত্তীশগড়, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ।

৩/ কোনজন স্বাধীনতা সংগ্ৰামীৰ জন্ম বাৰ্ষিকীত পৰাক্ৰম দিৱস পালন কৰা হয়?

উত্তৰঃ সুভাস চন্দ্ৰ বসু।

৪/ প্ৰবাসী দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ৯ জানুৱাৰী।

৫/ কোনবোৰ কোষৰ অংগক ‘আত্মহত্যাকাৰী মোনা’ বুলি কোৱা হয়?
উত্তৰঃ লাইচ’জম।

৬/ ভাৰত চৰকাৰৰ ১৯৩৫ চনৰ আইনক কোনে দাসত্বৰ চনক বুলি কৈছিল?

উত্তৰঃ জৱাহৰললা নেহেৰু।

৭/ ৰমেন ডেকাক কোনখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল?

উত্তৰঃ চত্তীশগড়।

৮/ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে?

উত্তৰঃ ৰাষ্ট্ৰপতি।

৯/ বৰ্তমান অসমৰ ৰাজ্যপাল কোন?
উত্তৰঃ লক্ষণ প্ৰসাদ আচাৰ্য।

১০/ ২০২৪ চনত ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ চেন্ট এণ্ড্ৰু দ্য এপষ্টল লাভ কৰিছিল?

উত্তৰঃ নৰেন্দ্ৰ মোদী।

১১/ মহাত্মা গান্ধীৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশন অনুষ্ঠিত হৈছিল?

উত্তৰঃ বেলগাম। (১৯২৪)।

১২/ আগষ্ট অফাৰ কেতিয়া হৈছিল?

উত্তৰঃ ৮ আগষ্ট, ১৯৪০ চন।

১৩/ ক্ৰিপছ মিছন কেতিয়া গঠন হৈছিল?

উত্তৰঃ ২২ মাৰ্চ, ১৯৪২।

১৫/ কেবিনেট মিছন কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯৪৬ চনত।

১৬/ ভাৰতীয় ক্ৰিকেট দললৈ নিৰ্বাচিত হোৱা অসমৰ প্ৰথম মহিলা ক্ৰিকেটাৰ কোন আছিল?

উত্তৰঃ উমা চেত্ৰী।

১৭/ অসমীয়া প্ৰথম চুটি গল্পটো কি আছিল?

উত্তৰঃ লিটিকাই।

১৮/ ভাৰতত ‘বন মহোৎসৱ’ নামৰ বৃক্ষ ৰোপণ কাৰ্যসূচীটো কোনে প্ৰৱৰ্ত্তন কৰিছিল?

উত্তৰঃ কে এম মুন্সী। (১৯৫০চনত) (প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, কৃষি আৰু খাদ্য)

১৯/ নবেল প্ৰাইজ কেতিয়া ঘোষণা কৰা হয়?

উত্তৰঃ প্ৰতি বছৰে নবেম্বৰ মাহৰ ১০ ডিচেম্বৰত।

২০/ ৰবীন্দ্ৰনাথ ঠাকুৰে নবেল বঁটা কেতিয়া লাভ কৰিছিল?

উত্তৰঃ ১৯১৩ চনত।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

August 26, 2025 4:21 pm
অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

August 26, 2025 3:20 pm
কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

August 26, 2025 3:11 pm
উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

August 26, 2025 2:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

August 26, 2025 4:21 pm
অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

August 26, 2025 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd