• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

General knowledge : চৰকাৰী নিযুক্তি পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কিছু প্ৰশ্নোত্তৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 11, 2025 9:34 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১/ ফ্লিম ফেয়াৰ এৱাৰ্ড ২০২৪ ত কোনখন ছবিয়ে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছিল?

উত্তৰঃ টুৱেলভথ ফেইল।

Apply Now

২/ ভাৰতৰ ষ্টেন্ডাৰ্ড মেৰিডিয়ান কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়?
উত্তৰঃ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, চত্তীশগড়, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ।

৩/ কোনজন স্বাধীনতা সংগ্ৰামীৰ জন্ম বাৰ্ষিকীত পৰাক্ৰম দিৱস পালন কৰা হয়?

উত্তৰঃ সুভাস চন্দ্ৰ বসু।

৪/ প্ৰবাসী দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ৯ জানুৱাৰী।

৫/ কোনবোৰ কোষৰ অংগক ‘আত্মহত্যাকাৰী মোনা’ বুলি কোৱা হয়?
উত্তৰঃ লাইচ’জম।

৬/ ভাৰত চৰকাৰৰ ১৯৩৫ চনৰ আইনক কোনে দাসত্বৰ চনক বুলি কৈছিল?

উত্তৰঃ জৱাহৰললা নেহেৰু।

৭/ ৰমেন ডেকাক কোনখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল?

উত্তৰঃ চত্তীশগড়।

৮/ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে?

উত্তৰঃ ৰাষ্ট্ৰপতি।

৯/ বৰ্তমান অসমৰ ৰাজ্যপাল কোন?
উত্তৰঃ লক্ষণ প্ৰসাদ আচাৰ্য।

১০/ ২০২৪ চনত ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ চেন্ট এণ্ড্ৰু দ্য এপষ্টল লাভ কৰিছিল?

উত্তৰঃ নৰেন্দ্ৰ মোদী।

১১/ মহাত্মা গান্ধীৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশন অনুষ্ঠিত হৈছিল?

উত্তৰঃ বেলগাম। (১৯২৪)।

১২/ আগষ্ট অফাৰ কেতিয়া হৈছিল?

উত্তৰঃ ৮ আগষ্ট, ১৯৪০ চন।

১৩/ ক্ৰিপছ মিছন কেতিয়া গঠন হৈছিল?

উত্তৰঃ ২২ মাৰ্চ, ১৯৪২।

১৫/ কেবিনেট মিছন কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯৪৬ চনত।

১৬/ ভাৰতীয় ক্ৰিকেট দললৈ নিৰ্বাচিত হোৱা অসমৰ প্ৰথম মহিলা ক্ৰিকেটাৰ কোন আছিল?

উত্তৰঃ উমা চেত্ৰী।

১৭/ অসমীয়া প্ৰথম চুটি গল্পটো কি আছিল?

উত্তৰঃ লিটিকাই।

১৮/ ভাৰতত ‘বন মহোৎসৱ’ নামৰ বৃক্ষ ৰোপণ কাৰ্যসূচীটো কোনে প্ৰৱৰ্ত্তন কৰিছিল?

উত্তৰঃ কে এম মুন্সী। (১৯৫০চনত) (প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, কৃষি আৰু খাদ্য)

১৯/ নবেল প্ৰাইজ কেতিয়া ঘোষণা কৰা হয়?

উত্তৰঃ প্ৰতি বছৰে নবেম্বৰ মাহৰ ১০ ডিচেম্বৰত।

২০/ ৰবীন্দ্ৰনাথ ঠাকুৰে নবেল বঁটা কেতিয়া লাভ কৰিছিল?

উত্তৰঃ ১৯১৩ চনত।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd