• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

General Knowledge : চৰকাৰী চাকৰি নিযুক্ত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিছু প্ৰশ্নোত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2025 7:50 am
154
VIEWS
Share on FacebookShare on Twitter

১/ ম্যানমাৰ, চীন আৰু ভূটানৰ সৈতে কোনখন ৰাজ্যৰ সীমা আছে?‎

উত্তৰঃ অৰুণাচল প্ৰদেশ।

২/ ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?‎

উত্তৰঃ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।

৩/ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথে কিমানখন ৰাজ্য সংযোগ কৰে?

উত্তৰঃ ১১ খন।

৪/ দ্বীপৰ বিলক কেতিয়া ৰামছাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰঃ ২০২২ চনত।

৩/ ফিজি দেশৰ মুদ্ৰাক কি বুলি কোৱা হয়?‎

উত্তৰঃ ফিজিয়ান ডলাৰ।

৪/ ফিজি দেশৰ সৰ্বোচ্চ সন্মান কাক দিয়া হৈছিল?‎

উত্তৰঃ দৌপদী মূৰ্মু।

৫/ মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথমটো ভাৰতীয় উপগ্ৰহ কি?‎

উত্তৰঃ আৰ্যভট্ট। (১৯৭৫ চন)‎

৬/ ইউনেস্কৰ মুখ্য কাৰ্যালয় ক’ত আছে?‎

উত্তৰঃ পেৰিছ।

৭/ গাম্বিত শব্দটো কোনটো খেলৰ লগত জড়িত?‎

উত্তৰঃ ডবা খেল।

৮/ পবা অভৰায়ণ্য ক’ত আছে?‎

উত্তৰঃ জোনাই। ‎

৯/ বলৰ এছ আই একক কি ?‎

উত্তৰঃ নিউটন।

১০/ কাৰ্বন মনোক্সাইডৰ ৰসায়নিক সংকেট কি?‎

উত্তৰঃ CO

১১/ চামগুৰি বিল ক’ত অৱস্থিত

উত্তৰঃ নগাঁও জিলাত।

১২/ প্ৰণৱজ্যোতি ডেকাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী, ২০২৩ লাভ কৰিছিল?‎

উত্তৰঃ শ্ৰেষ্ঠ গল্প।

১৩/ ভাৰতৰ আটাইতকৈ ডাঙৰ নিৰ্মল পানীৰ হ্ৰদ কোনটো ?‎

উত্তৰঃ ৱুলাৰ হ্ৰদ। (জম্মু-কাশ্মীৰ)।‎

১৪/ বাস্কেট বলত এটা দলত কিমানজন খেলুৱৈ থাকে?

উত্তৰঃ ৫ জন। ‎

১৫/ অসমৰ খাজুৰাহো বুলি কোনটো মন্দিৰক জনা যায়?‎

উত্তৰঃ মদন কামদেৱ মন্দিৰ।

Recent News

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd