গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েঞ্চত ফার্মাচিষ্ট পদত নিযুক্তিৰ বাবে আবেদন পত্ৰ আহ্বান

GIPS-Guwahati-750x375

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েঞ্চ, আজাৰা, গুৱাহাটী-৭৮১০১৭ৰ বাবে নিম্নলিখিত পদৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে।

ইচ্ছুক প্ৰাৰ্থীয়ে আপডেটেড বায়’ডাটাৰ লগতে নথিপত্ৰসমূহৰ ফটোকপিৰ সৈতে আবেদন পত্ৰ অহা ১৪-০৮-২০২১তাৰিখৰ ভিতৰত পোৱাকৈ The Secretary, SSA, Girijananda Chowdhury Institute of Pharmaceutical Science, Azara, Guwahati-781017 এই ঠিকনাত বা gips_guwahati@rediffmail.comত প্ৰেৰণ কৰিব লাগিব।

পদৰ নাম : ফাৰ্মাচিষ্ট

পদৰ সংখ্যা : ১টা

অৰ্হতা :  (১) ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কোনো প্ৰতিষ্ঠানৰ পৰা দুবছৰীয়া ফাৰ্মাচী পাঠ্যক্ৰম উত্তীৰ্ণ হ’ব লাগিব।

(২) আছাম ফাৰ্মাচী কাউন্সিলৰ সৈতে পঞ্জীয়ন থকা হ’ব লাগিব।