• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোটগ্ৰহণৰ পূৰ্বে উত্তপ্ত আমেথি! কংগ্ৰেছৰ কাৰ্যালয়ত দুস্কৃতিকাৰীৰ আক্ৰমণ, চলালে তাণ্ডৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2024 3:05 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে গান্ধী পৰিয়ালৰ পুৰণি দুৰ্গ আমেথি পুনৰুদ্ধাৰ যুঁজত নামিছে। কিন্তু প্ৰতিপক্ষও কম শক্তিশালী নহয়। ৰাষ্ট্ৰীয় ৰাজনীতিৰ শেনচকু সেই আমেথিত এইবাৰ দুস্কৃতিকাৰীৰ আক্ৰমণ।

দেওবাৰে আমেথিস্থিত কংগ্ৰেছ দলৰ কাৰ্যালয়ত একাংশ অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। কাৰ্যালয়টোত আক্ৰমণৰ উপৰি বাহিৰত ৰখাই থোৱা কেইবাখনো গাড়ীও ভাঙি-ছিঙি চূৰমাৰ কৰি পেলোৱা হয়। এই ঘটনাত তোলপাৰ লাগিছে।

জানিব পৰা মতে, দেওবাৰে মাজনিশা হঠাতে একাংশ অচিনাকি দুষ্কৃতিকাৰীয়ে কংগ্ৰেছ দলৰ কাৰ্যালয়ত তাণ্ডৱ সৃষ্টি কৰে। কাৰ্যালয়ৰ লগতে বাহিৰত ৰখাই থোৱা কেইবাখনো গাড়ীও ভাঙি পেলোৱা হয়। দুস্কৃতিকাৰীৰ আক্ৰমণৰ শব্দ শুনি তাত উপস্থিত হ’ল দলীয় কৰ্মী। ইয়াৰ পিছত দুস্কৃতিকাৰীসকল তাৰ পৰা পলায়ন কৰে।

Apply Now

লগতে পঢ়কঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি; মঙলবাৰে দেশৰ ৯৩ খন আসনৰ বাবে হ’ব ভোটদান

কংগ্ৰেছে নিশাৰ পৰাই এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে। ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ দলৰ কাৰ্যালয়লৈ যায় ৰাজ্যিক সভাপতি প্ৰদীপ সিংঘাল। আৰক্ষীক খবৰ দিয়াৰ লগে লগে তাত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হয়।

আৰক্ষী অধীক্ষক মায়ংক দ্বিবেদীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। আনহাতে, কংগ্ৰেছে দাবী কৰিছে যে এই আক্ৰমণ বিজেপি সমৰ্থিত দুস্কৃতিকাৰীয়ে সংঘটিত কৰিছে।

গান্ধী পৰিয়ালৰ সমষ্টি হিচাপে পৰিচিত আমেথিত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ পৰাস্ত হৈছিল। বিজেপি প্ৰাৰ্থী স্মৃতি ইৰানীৰ হাতত পৰাস্ত হয় ৰাহুল গান্ধী। এইবাৰ কংগ্ৰেছে আমেথি উদ্ধাৰ কৰাত কোনো ত্ৰুটি কৰা নাই। যদিও গান্ধী পৰিয়ালৰ কোনো প্ৰাৰ্থী নহয়, কংগ্ৰেছে এই আসনত গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ কিশোৰীলাল শৰ্মাক মনোনীত কৰিছে।

লগতে পঢ়কঃ ছিকিমলৈও আহি আছে বন্দে ভাৰত! ৫ ঘণ্টাত আহি পাব গুৱাহাটী?

আনহাতে, ইয়াত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী হৈছে স্মৃতি ইৰাণী। পঞ্জাৱৰ বাসিন্দা যদিও কিশোৰীলাল ১৯৮৩ চনত ৰাজীৱ গান্ধীৰ হাত ধৰি আমেথিলৈ আহিছিল। তেতিয়াৰ পৰাই তেওঁ কংগ্ৰেছ পৰিয়ালৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। ২০ মে’ত আমেথিত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰ আগতে দলৰ কাৰ্যালয়ত আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd