• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় মূলৰ যুৱতীক বিয়া কৰাব অষ্ট্ৰেলিয়াৰ ষ্টাৰ অলৰাউণ্ডাৰ মেক্সৱেলে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2020 10:16 am
Glenn-Maxwell-honing-his-skills-to-trap-batsmen-in-the-World-Cup-2019
22.2k
VIEWS
Share on FacebookShare on Twitter

২৬ ফেব্ৰুৱাৰি অৰ্থাৎ বুধবাৰে অষ্ট্ৰেলিয়াৰ ষ্টাৰ অলৰাউণ্ডাৰ গ্ৰেন মেক্সৱেলে ভাৰতীয় মূলৰ এগৰাকী যুৱতীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা ঘোষণা কৰিছে।

অষ্ট্ৰেলিয়াৰ ষ্টাৰ অল ৰাউণ্ডাৰগৰকীয়ে বুধবাৰে প্ৰেয়সী বিনী ৰমনক আঙঠি পিন্ধোৱা বুলি অনুৰাগী সকলক নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে জনায়।

দুবছৰৰো অধিক সময় ধৰি প্ৰেমৰ বান্ধোনত বান্ধ খাই থকা মেক্সৱেল আৰু বিনীয়ে অৱশ্যে এই পৰ্যন্ত বিয়াৰ কথা একো প্ৰকাশ কৰা নাই। বিনীয়েও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা আঙঠি পিন্ধা ফটো শ্বেয়াৰ কৰে।

বিনীয়ে ইনষ্টাগ্ৰামত লিখিছিল, ‘যোৱা সপ্তাহত মোৰ পচন্দৰ ব্যক্তিগৰাকীয়ে বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল’।

২৬ বছৰীয়া বিনী ভাৰতীয় মূলৰ যদিও তেওঁৰ জন্ম অষ্ট্ৰেলিয়া চহৰৰ মেলবৰ্ণত। মেক্সৱেলৰ দৰে জীৱনসংগী লাভ কৰা বাবে তেওঁ অত্যন্ত সুখী বুলিও নিজৰ অনুভৱ ব্যক্ত কৰে।

উল্লেখ্য যে যোৱা বৰ্ষৰ অক্টোবৰ মাহত মানসিক ৰোগত আক্ৰান্ত হোৱা বাবে মেক্সৱেল ক্ৰিকেটৰ পৰা ছসপ্তাহ আঁতৰি আছিল। এই প্ৰসংগত তেওঁ নিজৰ প্ৰেয়সীৰ কথা উল্লেখ কৰি কৈছিল যে মানসিক পৰিৱৰ্তনৰ লক্ষণ সমূহ তেওঁৱেই প্ৰথমে অনুভৱ কৰিছিল।

ক্ৰিকেটাৰগৰাকীয়ে লগতে কৈছিল যে মোৰ সেই সময়খিনিত তেওঁ মোৰ সৈতে আছিল আৰু তাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো।

Recent News

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd