NORTHEAST NOW (Assamese)

সম্পূৰ্ণ ভাৰতীয় সাজত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গ্লেন মেক্সৱেল

March 17, 2020 5:23 pm · এন ই নাও নিউজ
বাগদত্তা বিনিৰ সৈতে মেক্সৱেল। ছবি-- ইনষ্টাগ্ৰাম।

অষ্ট্ৰেলিয়াৰ অল-ৰাউণ্ডাৰ গ্লেন মেক্সৱেলক শেহতীয়াকৈ সম্পূৰ্ণ ভাৰতীয় সাজত দেখা গ’ল।

দীৰ্ঘদিনৰ সংগিনী বিনি ৰামনৰ সৈতে মেলব’ৰ্নত শেহতীয়াকৈ ক্ৰিকেটাৰজনৰ বিবাহৰ বাগদান অনুষ্ঠান সম্পন্ন হৈছিল।

অনুষ্ঠানটোত শ্বেৰৱানি পিন্ধি, কপালত তিলক লৈ তোলা ক্ৰিকেটাৰজনৰ ছবি চ’চিয়েল মিডিয়াত দেখা গৈছে।

মেক্সৱেলৰ বাগদত্তা বিনিয়ে দেওবাৰে ইনষ্টাগ্ৰামত তেওঁলোকৰ বাগদানৰ ছবিসমূহ ৰাজহুৱা কৰে।

 

View this post on Instagram

 

Last night we celebrated our Indian engagement and I gave @gmaxi_32 a little teaser of what the wedding will be like ? Shout out to both of our incredible families & all our friends who came to celebrate with us on such short notice – we are so grateful to be surrounded by some pretty amazing people ❤️ Can’t wait to get our hands on more photos from @shevan_j_photography ? H&M – who else but … @lajeenartistry Venue – @lincoln_of_toorak Catering – @tandooriflames Mandap – @rupalis_mandaps_melbourne Henna – @fadziiesmehndiandbeauty Lehgna – @gbcreations_ Arm candy – @gmaxi_32 ?

A post shared by VINI (@vini.raman) on

যোৱা মাহত মেক্সৱেলে বিনিৰ সৈতে বিবাহৰ কথা ঘোষণা কৰিছিল।

দুয়ো যোৱা কিছু বছৰ ধৰি প্ৰেমৰ সম্পৰ্কৰ আছে।

 

View this post on Instagram

 

FAMILY. Thankyou @shevan_j_photography for capturing these special moments. Still can’t believe I’m lucky enough to have @gmaxi_32 + an amazing second family who have been so welcoming ❤️

A post shared by VINI (@vini.raman) on

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ সীমিত অ’ভাৰৰ খেলত মেক্সৱেল দলৰ পৰা বাহিৰত ৰৈছে।

কিলাকুটিৰ আঘাতৰ বাবে তেওঁ দলত স্থান লাভ কৰা নাছিল।

Related News