• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

কাৰোবাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ, কাৰোবাৰ বিৰুদ্ধে আকৌ ধৰ্ষণৰ। কোনোবাজন পকচো গোচৰতো অভিযুক্ত।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2026 9:44 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰোবাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ, কাৰোবাৰ বিৰুদ্ধে আকৌ ধৰ্ষণৰ। কোনোবাজন পকচো গোচৰতো অভিযুক্ত। দিল্লীৰ যন্তৰ মন্তৰত ‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিবাদত হিংসা বিয়পোৱাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ২৮৭৩ জন লোকক চিনাক্ত কৰিছিল। এতিয়া এই লোকসকলৰ বিৰুদ্ধে ভয়ংকৰ আৰু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।

দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, যন্তৰ মন্তৰৰ এই প্ৰতিবাদত যে সমাজ বিৰোধী লোক সোমাই পৰিছিল, সেয়া এতিয়া সম্পূৰ্ণ পৰিষ্কাৰ হৈ পৰিছে। আৰক্ষীয়ে জনোৱা মতে, প্ৰতিবাদৰ সময়ত হিংসাত জড়িত থকা ২৮৭৩ জন লোকক মুখমণ্ডল চিনাক্তকৰণ ব্যৱস্থাৰ জৰিয়তে চিনাক্ত কৰা হৈছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই প্ৰতিবাদকাৰীসকলে নিজৰ লগত ছুৰী আৰু বিভিন্ন ধাৰাল অস্ত্ৰ লৈ আহিছিল আৰু তাৰেই তেওঁলোকে আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল।

Apply Now

পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই প্ৰতিবাদকাৰীসকলৰ অতীতৰ অপৰাধৰ ইতিহাস পৰীক্ষা কৰাৰ পিছত আচৰিত ধৰণৰ তথ্য লাভ কৰে। আৰক্ষীৰ তথ্য অনুসৰি, চিনাক্ত হোৱা ২৮৭৩ জন প্ৰতিবাদকাৰীৰ ভিতৰত ৯৮৯ জনৰ নামত অতীতত কোনো নহয় কোনো অপৰাধত জড়িত থকাৰ ৰেকৰ্ড আছে। ইয়াৰে ১০১ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আৰু ৬২ জনৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ আছে। লগতে ৬১ জনৰ বিৰুদ্ধে ধৰ্ষণৰ আৰু ২৫ জনৰ বিৰুদ্ধে শ্লীলতাহানিৰ গোচৰ আছে। ইয়াৰ উপৰিও চুৰি আৰু ডকাইতিৰ দৰে গোচৰো বহুতো লোকৰ নামত আছে। এই তথ্য পোহৰলৈ অহাৰ পিছত স্বাভাৱিকতেই প্ৰতিবাদটোৰ আচল চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখযোগ্য যে, নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰতিবাদত আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত ‘ককৰোচ’সকলে এই প্ৰতিবাদ আৰম্ভ কৰিছিল। তেওঁলোকৰ বহুতো দাবী আছিল যদিও শিক্ষামন্ত্ৰীৰ পদত্যাগ আছিল প্ৰধান দাবী। এই কাৰ্যসূচীত পৰিৱেশকৰ্মী তথা শিক্ষাবিদ সোনম ৱাংচুকেও অংশগ্ৰহণ কৰিছিল। লাহে লাহে ৰাজধানীৰ বুকুত এই প্ৰতিবাদে এক ডাঙৰ বিদ্ৰোহৰ ৰূপ ধাৰণ কৰে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে আন্দোলনকাৰীসকলৰ সৰহভাগ দাবী মানি লয় আৰু শনিবাৰে শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে। ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd