• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM ৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয় এ কে গোপালন ভৱনত ঐশী ঘোষক বিচাৰি হঠাৎ উপস্থিত হয় দিল্লী আৰক্ষীৰ এটা দল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2026 9:10 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত CPIM ৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয় এ কে গোপালন ভৱনত ঐশী ঘোষক বিচাৰি হঠাৎ উপস্থিত হয় দিল্লী আৰক্ষীৰ এটা দল। দিনচেৰেক পূৰ্বে ককৰোচ জনতা পাৰ্টীৰ এক প্ৰতিবাদী কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সমুখৰ পৰা নেতৃত্ব দিছিল এছ এফ আই নেত্ৰী ঐশী ঘোষে। সেই প্ৰতিবাদৰ ঠিক পিছতেই ঐশীক সোধ–পোছ কৰাৰ উদ্দেশ্যে আৰক্ষী পোনপটীয়াকৈ CPIM কাৰ্যালয়ত উপস্থিত হয়। কিন্তু কাৰ্যালয়ত উপস্থিত থকা বাওঁপন্থী সমৰ্থকসকলৰ প্ৰতিবাদ আৰু বাধাৰ বাবে শেষত আৰক্ষীৰ দলটো ওভতি যাবলৈ বাধ্য হয়।

মঙ্গলবাৰে বিয়লিৰ ভাগত হঠাৎ দিল্লী আৰক্ষীৰ এটা দল এ কে গোপালন ভৱনত উপস্থিত হয়। বৰ্তমান সময়ত এই কাৰ্যালয়টোতেই ঐশী ঘোষৰ কৰ্মস্থল। আৰক্ষীয়ে ঐশীক সোধ–পোছ কৰাৰ বাবে পাৰ্টি অফিচত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তেই তাত উপস্থিত থকা CPIM, এছ এফ আই আৰু ডিৱাইএফআইৰ সদস্যসকলে বাধা হৈ থিয় দিয়ে। সেই সময়ত বাওঁপন্থী দলৰ কেইবাজনো সাংসদো তাত উপস্থিত আছিল। তেওঁলোকৰ তীব্ৰ বিৰোধিতাৰ বাবেই আৰক্ষীয়ে ঐশীক কোনো প্ৰশ্ন নকৰাকৈয়ে ঘূৰি যাবলগীয়া হয়।

Apply Now

মন কৰিবলগীয়া যে ককৰোচ জনতা পাৰ্টীৰ আন্দোলন সামৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা চুক্তিত স্পষ্টভাৱে উল্লেখ আছিল যে এই আন্দোলনত অংশ লোৱা কাৰো বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নহব আৰু ৰুজু হোৱা গোচৰসমূহো প্ৰত্যাহাৰ কৰা হব। এনে পৰিস্থিতিত ঐশীক বিচাৰি আৰক্ষী CPIM দপ্তৰত উপস্থিত হোৱা বিষয়টোক লৈ নানা প্ৰশ্নৰ সৃষ্টি হৈছে। অৱশ্যে আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে এই প্ৰতিবাদৰ সৈতে জড়িত কোনো নতুন গোচৰত নহয়, বৰঞ্চ এটা পুৰণি গোচৰৰ সন্দৰ্ভতহে সোধ–পোছ কৰিবলৈ আৰক্ষী তাত উপস্থিত হৈছিল।

সমগ্ৰ ঘটনাটোক CPIM দলে ৰাজনৈতিক প্ৰতিশোধমূলক পদক্ষেপ বুলি অভিহিত কৰিছে। তেওঁলোকৰ অভিযোগ অনুসৰি আন্দোলনত অংশ লোৱা নেতাসকলক বেলেগ উপায়েৰে বিপদত পেলাবলৈ কেন্দ্ৰই এই চেষ্টা চলাইছে। এই বিষয়ত অপ্ৰত্যাশিতভাৱে বাওঁপন্থীসকলৰ সমৰ্থনত থিয় দিছে তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জী। তেওঁ ঐশী ঘোষৰ বিৰুদ্ধে লোৱা আৰক্ষীৰ এই পদক্ষেপক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd