• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘বিশ্বৰ বিভিন্ন দেশত অক্সফোৰ্ডৰ ভেকচিনটোৰ ট্ৰায়েল বন্ধ হ’লেও ভাৰতত নহয় বন্ধ’ : এই মন্তব্য ছেৰামৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2020 10:41 am
COVID19-positive-1140x570

অক্সফোৰ্ডৰ কোভিড-১৯ ভেকচিন, উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বেচ্ছাসেৱক শৰীৰত পাৰ্শ্বপ্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতো ভাৰতত বন্ধ নহয় অক্সফোৰ্ডৰ কোভিড ভেকচিন কোভিডশ্বীল্ডৰ ট্ৰায়েল। এই কথা জনাইছে ভেকচিনটোৰ অন্যতম প্ৰস্তুতকাৰী ভাৰতীয় প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই।

উল্লেখ্য যে তৃতীয় তথা অন্তিমটো ট্ৰায়েলত ব্ৰিটেইনৰ এজন স্বেচ্ছাসেৱকৰ শৰীৰত পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে সমগ্ৰ বিশ্বতে ইয়াৰ ট্ৰায়েল বন্ধ কৰা হৈছে বুলি বুধবাৰে ঘোষণা কৰিছিল ভেকচিনটোৰ প্ৰস্তুতৰ সৈতে জড়িত অন্যটো প্ৰতিষ্ঠান আষ্ট্ৰ’জেনেকাৰে।

কিন্তু ভাৰতত এই ভেকচিনটোৰ ট্ৰায়েল বন্ধ কৰা নহয় বুলি মন্তব্য কৰি ছেৰামে কয়, “আমি ব্ৰিটিছ ট্ৰায়েলৰ সম্পৰ্কে কোনো মন্তব্য দিব নোৱাৰো। পৰিস্থিতিৰ পৰ্যালোচনা কৰা হৈছে। আশা কৰো খুব শীঘ্ৰেই ট্ৰায়েল পুনৰ আৰম্ভ হ’ব। আৰু ভাৰতীয় ট্ৰায়েলে কোনো বাধা সন্মুখীন হোৱা নাই। এই ট্ৰায়েল চলি থাকিব।”

উল্লেখ্য যে অক্সফোৰ্ডৰ ভেকচনিটোৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল সফলতাৰে সম্পন্ন হোৱাৰ পিছতে বিশ্বৰ বিভিন্ন দেশত ইয়াৰ তৃতীয় তথা অন্তিমটো ট্ৰায়েল আৰম্ভ কৰা কথা আছিল। তাৰ ভিতৰত প্ৰথম পৰ্যায়ত ভাৰত আৰু ব্ৰিটেইনত ইয়াৰ অন্তিমটো ট্ৰায়েল আৰম্ভ কৰা হৈছে।

এই ট্ৰায়েলৰ মাজতে হঠাতে বুধবাৰে এগৰাকী ব্ৰিটিছ স্বেচ্ছাসেৱকৰ শৰীৰত ভেকচিনটোৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ আৰম্ভ হয় বুলি আষ্ট্ৰ’জেনেকাৰে প্ৰকাশ কৰে।

ইয়াৰ পিছতে ভাৰতত ট্ৰায়েল বন্ধ নকৰাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে বুধবাৰে ৰাতি ড্ৰাগ কন্ট্ৰ’ল জেনেৰেল অৱ ইণ্ডিয়াই(DGCI) এই সন্দৰ্ভত আষ্ট্ৰ’জেনেকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে আষ্ট্ৰ’জেনেকাৰৰ সৈতে ভাৰতৰ ছেৰাম ইনষ্টিটিউটে ১০০ কোটি ভেকচিন প্ৰস্তুত কৰাৰ কথা।

সেয়ে ভাৰততো ১৮ বছৰৰ পৰা ৫৫ বছৰ বয়সৰ ভিতৰৰ স্বেচ্ছাসেৱকৰ শৰীৰত ভেকচিনটো ট্ৰায়েল কৰা হৈছে।

এই উপলক্ষে ভাৰতত ১৭ টা কেন্দ্ৰত ১৬০০ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত কোভিডশ্বীল্ড ভেকচিনটো ট্ৰায়েল কৰা প্ৰস্তুতি চলোৱা হৈছে।

এতিয়া ব্ৰিটেইনত ভেকচিনটোৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতো ছেৰামে ভাৰতত ইয়াৰ ট্ৰায়েল বন্ধ নহয় বুলি প্ৰকাশ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ দেশতে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd