• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অমিতা আৰু ছাগলী ক’ৰ’নাত আক্ৰান্ত; তদন্তৰ ঘোষণা চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2020 10:29 am
50.3k
VIEWS
Share on FacebookShare on Twitter

মানৱ শৰীৰত মহামাৰী ৰূপ ধাৰণ কৰাৰ পাছত এইবাৰ ছাগলী আৰু অমিতা ফল ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। ক’ৰ’নাত অমিতা আৰু ছাগলী আক্ৰান্ত হোৱা দেশখন হ’ল তাঞ্জেনিয়া(Tanzania)।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে দেশখনৰ ৰাষ্ট্ৰপতি জন মাগুফুলিয়ে টেষ্ট কিটৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তদন্তৰ ঘোষণা কৰিছে।

উল্লেখ যে তাঞ্জেনিয়াত দেওবাৰে অমিতা ফল আৰু ছাগলীৰ দেহত ক’ৰ’না হোৱা বুলি পোহৰলৈ আহিছিল। ইয়াৰ পিছতে ৰাষ্ট্ৰপতিয়ে টেষ্ট কিট ঠিক নহয় বুলি মন্তব্য কৰি তদন্তৰ ঘোষণা কৰে।

ৰাষ্ট্ৰপতি জন মাগুফুলিয়ে কয়, ‍‘আমাৰ ইয়ালৈ বিদেশৰ পৰা ক’ৰ’না ভাইৰাছ টেষ্টিঙৰ কিট আহিছে, যিটো ঠিক নহয়। অমিতা ফল আৰু ছাগলীৰ দেহত ক’ৰ’না পজিটিভ পোৱাটো মানি ল’ব নোৱাৰা কথা’।

তেওঁ এই প্ৰসংগত অৰ্থাৎ টেষ্ট কিটৰ তদন্ত কৰিবলৈ সেনাক আহ্বান জনাইছে।

উল্লেখ্য যে তাঞ্জেনিয়া চৰকাৰে ক’ৰ’নাত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা লুকুওৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে।

Recent News

ঋণৰ বিনিময়ত ৬৪ কোটি টকাৰ উৎকোচ! আইচিআইচিআই বেংকৰ প্ৰাক্তন মুৰব্বী চন্দা কোছৰক দোষী সাব্যস্ত

ঋণৰ বিনিময়ত ৬৪ কোটি টকাৰ উৎকোচ! আইচিআইচিআই বেংকৰ প্ৰাক্তন মুৰব্বী চন্দা কোছৰক দোষী সাব্যস্ত

মুম্বাইৰ ৰে’ল বিস্ফোৰণৰ অভিযুক্তক দোষমুক্ত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মহাৰাষ্ট্ৰ চৰকাৰ

মুম্বাইৰ ৰে’ল বিস্ফোৰণৰ অভিযুক্তক দোষমুক্ত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মহাৰাষ্ট্ৰ চৰকাৰ

অনুসূচিত জনজাতিৰ স্বীকৃতি আৰু ভূমিৰ অধিকাৰৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ কোকৰাঝাৰত বিশাল প্ৰতিবাদ

অনুসূচিত জনজাতিৰ স্বীকৃতি আৰু ভূমিৰ অধিকাৰৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ কোকৰাঝাৰত বিশাল প্ৰতিবাদ

চলিত বছৰৰ এপ্ৰিল-জুন মাহত ১৫,৮৫১ কোটি টকাৰ কৰ ফাঁকি ৩,৫৫৮ টা অস্তিত্বহীন সংস্থাৰ

চলিত বছৰৰ এপ্ৰিল-জুন মাহত ১৫,৮৫১ কোটি টকাৰ কৰ ফাঁকি ৩,৫৫৮ টা অস্তিত্বহীন সংস্থাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd