• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘গোমাতা মোৰো মা, মই গো-মাংস স্পৰ্শ কৰি পোৱা নাই” : হিন্দু ধৰ্মৰ প্ৰতি অগাধ শ্ৰদ্ধা চলমান খানৰ

by
February 8, 2025 11:32 am
‘গোমাতা মোৰো মা, মই গো-মাংস স্পৰ্শ কৰি পোৱা নাই” : হিন্দু ধৰ্মৰ প্ৰতি অগাধ শ্ৰদ্ধা চলমান খানৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল মুছলমান ধৰ্মৰ লোক হোৱাৰ বাবেই দীৰ্ঘদিন ধৰি হিন্দুত্ববাদী সকলৰ আক্ৰোশৰ বলি হৈ আহিছে বলীউডৰ জনপ্ৰিয় অভিনেতা চলমান খান। কেৱল সেয়াই নহয়, ভাৰতীয় চিনেমালৈ তেওঁৰ অৱদান পাহৰি ইণ্টাৰনেটত একাংশ লোকে বাৰে বাৰে দাবী কৰে যে ‘চলমান খান পাকিস্তানলৈ গুচি যাওক’।

উল্লেখ্য যে চিনেমাৰ জৰিয়তে সকলো ধৰ্মৰ মাজত সমন্বয়ৰ বাৰ্তা দি আহিছে চলমান খানে। ইয়াৰ উপৰিও স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা আৰ্তজনক সহায় কৰি দেখুৱাইছে যে তেওঁ সঁচাকৈয়ে মানৱতাৰ ধৰ্মত বিশ্বাস কৰে।

উল্লেখ্য যে চলমান খানে গণেশ চতুৰ্থী আৰু দীপাৱলীৰ দৰে সনাতনী উৎসৱ সমূহো নিজৰ ঘৰত পালন কৰে। অৱশ্যে মুছলমান হোৱাৰ পিছতো ছলমান খানে গো-মাংস স্পৰ্শ নকৰে।

কেইবছৰমান পূৰ্বে জনপ্ৰিয় টক শ্ব’ ‘আপ কি আদালত’ত অতিথি হিচাপে উপস্থিত আছিল চলমান। তাতে তেওঁ বুজাই দিয়ে যে তেওঁ কিয় গো-মাংস নাখায়।

বলীউডৰ ছুপাৰষ্টাৰগৰাকীৰ মতে, হিন্দু ধৰ্মত গৰুক যেনেকৈ মাতৃ হিচাপে পূজা কৰা হয়, তেনেকৈয়ে গৰু তেওঁৰ বাবেও মাতৃৰ দৰে।

‘আপ কি আদালত’ত তেওঁক সোধা হৈছিল যে চলমান খানে কি খাই ভাল পায়। উত্তৰত তেওঁ ক’লে, “মই গো-মাংস আৰু গাহৰিৰ মাংসৰ বাহিৰে সকলো খাওঁ। মই গৰুক মাতৃ জ্ঞান কৰোঁ। আচলতে মোৰ নিজৰ মা হিন্দু আৰু পিতৃ মুছলমান। ইফালে মোৰ আনগৰাকী মা খ্ৰীষ্টিয়ান। মাৰ লগত একেখন ঘৰতে থাকো। মোৰ বাবে সকলো ধৰ্ম সমান। সকলো ধৰ্মৰ সমন্বয়ত সকলোৱে বিশ্বাস কৰা উচিত।”

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

August 16, 2025 3:34 pm
ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

August 16, 2025 3:08 pm
লুৰীণজ‍্যোতি গগৈয়ে কি জগৰ লগালে?

লুৰীণজ‍্যোতি গগৈয়ে কি জগৰ লগালে?

August 16, 2025 3:01 pm
তিনিচুকীয়াত বিদ্যুৎস্পৃষ্ট হোৱা লাজুকী বান্দৰ উদ্ধাৰ

তিনিচুকীয়াত বিদ্যুৎস্পৃষ্ট হোৱা লাজুকী বান্দৰ উদ্ধাৰ

August 16, 2025 2:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

August 16, 2025 3:34 pm
ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

August 16, 2025 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd