• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাইস্কুলৰ শিক্ষকসকলৰ বাবে সুখবৰ!হাইস্কুলৰ প্ৰধান শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়

by
February 28, 2025 6:32 pm
12.1k
VIEWS
Share on FacebookShare on Twitter

হাইস্কুলৰ শিক্ষকসকলৰ বাবে এক সুখবৰ! গুৱাহাটী উচ্চ ন্যায়ালয়ে হাইস্কুলৰ প্ৰধান শিক্ষকৰ যোগ্যতাৰ  সন্দৰ্ভত প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ ৰায়। বিজ্ঞানৰ স্নাতক শিক্ষকও এতিয়াৰে পৰা হাইস্কুলৰ প্ৰধান শিক্ষক পদৰ বাবে যোগ্যতা লাভ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়্দানে স্নাতক বিজ্ঞান শিক্ষকলৈ আশাৰ ৰেঙণি যোগাইছে।

উল্লেখ্য যে পূৰ্বে উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰা বিজ্ঞানৰ এই স্নাতক শিক্ষকসলক বিদ্যালয় একত্ৰীকৰণৰ পাছত হাইস্কুলত নিযুক্তি দিয়া হৈছিল। কিন্তু তেওঁলোকক জ্যেষ্ঠ্যতাৰ ভিত্তিত প্ৰধান শিক্ষক পদৰ যোগ্যতাৰ বাবে স্বীকৃতি প্ৰদান কৰা হোৱা নাছিল।

তেওঁলোকক পূৰ্বৰ অভিজ্ঞতাক স্বীকৃতি নিদিয়াৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ শিক্ষক। এতিয়াআদালতৰ নিৰ্দেশৰ পাছত প্ৰধান শিক্ষক পদৰ সেৱা বিধি সলনি কৰিবলৈ বাধ্য হয় ৰাজ্য চৰকাৰ।

একেটা ৰায়দানযোগে প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত পূৰ্বে দিয়া স্থগিতাদেশ প্ৰত্যাহাৰ কৰে ন্যায়ালয়ে। উল্লেখযোগ্য যে প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া ২০২৩ বৰ্ষৰ পৰা স্থগিত হৈ আছিল । আদালতৰ এই ৰায়দানৰ পাছত সুগম হৈ পৰিল হাইস্কুলত প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া।

Recent News

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd