• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ চাহ খেতিয়ক সকলৰ বাবে এটা ভাল খবৰ : আহি গ’ল অত্যাধুনিক AI প্ৰযুক্তি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 26, 2024 6:29 pm
849
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চাহ খেতিয়ক সকলৰ বাবে এটা ভাল খবৰ। চাহ খেতিয়কৰ বাবে AI আৰু ইণ্টাৰনেটৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা হৈছে নতুন প্ৰযুক্তিৰ। নিজৰ খেতিডৰাৰ সন্দৰ্ভত সকলোবোৰ তথ্য  খেতিয়ক গৰাকীয়ে নিজৰ ম’বাইলতে আগতিয়াকৈ জানিব পাৰিব এই নতুন প্ৰযুক্তিটোৰ জৰিয়তে। আগতিয়াকৈ জানিবলৈ সক্ষম হ’ব জলবায়ুৰ আগজাননী । লগতে জানিব পাৰিব কীট-পতঙ্গৰ অৱস্থিতি  আৰু প্ৰয়োজনীয় সমলসমূহৰ বিষয়ে।

ৰাজ্যখনৰ আৰ্থসামাজিক দিশটো টনকিয়াল কৰাৰ ক্ষেত্ৰত বৃহৎ চাহ উদ্যোগৰ সমান্তৰালভাৱে ক্ষুদ্ৰ চাহ খেতিয়ক সকলেও লৈ আহিছে গুৰুত্বপূৰ্ণ ভুমিকা। কিন্তু উন্নত কাৰিকৰীৰ অভাৱত লাহে-লাহে যেন স্তিমিত হৈ পৰিছে ক্ষুদ্ৰ চাহ উদ্যোগটো।

জলবায়ুৰ লগতে সঘনাই কেঁচাপাতৰ দৰৰ তাৰতম্য হৈ থকাৰ বাবে লভালাভ কমি অহাৰ ফলত বিপাঙত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। এনে সময়তে খেতিয়ক সকলৰ মাজত আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে IFFCO KISHAN আৰু NABARDৰ দ্বাৰা পৰিচালিত এটা নতুন প্ৰযুক্তিয়ে।

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চাপানালা অঞ্চলৰ “সেউজ জ্যোতি টি ফেডাৰেচন”ৰ প্ৰায় ৬৪ জন ক্ষুদ্ৰ চাহ খেতিয়কৰ ভিতৰত ৫ জনকৈ কৃষকৰ চাহখেতিত আগন্তুক দুটা বছৰৰ বাবে পৰীক্ষামূলকভাৱে কৰিবলৈ ওলাইছে প্ৰতিষ্ঠান দুটাই পৰিচয় কৰাই দিয়া নৱতম প্ৰযুক্তিৰে।

AI আৰু ইণ্টাৰনেটৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা নতুন প্ৰযুক্তিৰ জৰিয়তে খেতিয়ক সকলে আগতিয়াকৈ জানিবলৈ সক্ষম হ’ব জলবায়ুৰ আগজাননী, কৃৎ-পতঙ্গৰ অৱস্থিতি, প্ৰয়োজনীয় সমলসমূহৰ বিষয়ে।

Recent News

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd