• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ উত্তপ্ত পৰিৱেশৰ সম্পূৰ্ণ দায়িত্ব ল’ব লাগিব চৰকাৰে: উপমন্যু হাজৰিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2018 3:53 pm
Upamanyu hazarika

উপমন্যু হাজৰিকা। ছবি- টুইটাৰৰ।

544
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ ধলাত হোৱা হত্যাকাণ্ডই ৰাজ্যজুৰি সৃষ্টি কৰা ‘নিৰাপত্তাহীনতাৰ পৰিৱেশ’ৰ সম্পূৰ্ণ দায়িত্ব বিজেপি চৰকাৰে ল’ব লাগিব বুলি মন্তব্য কৰিছে প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক, জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

“চৰকাৰে ইয়াৰ সম্পূৰ্ণ দায়িত্ব ল’ব লাগিব। আইন-শৃংখলা নিয়ন্ত্ৰণত ৰখাটো সম্পূৰ্ণ চৰকাৰৰ দায়িত্ব। লগতে ৰাজ্যত এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ আছে চৰকাৰে দেখি আছে,” চৰকাৰেই পৰিৱেশটোক ‘প্ৰশ্ৰয় দিছে’ বুলি উল্লেখ কৰি এই মন্তব্য হাজৰিকাৰ।

হাজৰিকাৰ মতে ধলাৰ ঘটনাটোত ৫ জন নিৰীহ লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৰাজ্যজুৰি নিৰাপত্তাহীনতাৰ পৰিৱেশৰ সৃষ্টি হ’ল। সাধাৰণ খিলঞ্জীয়া ৰাইজ আৰু প্ৰকৃত ভাৰতীয় নাগৰিক এই নিৰাপত্তাহীনতাৰ ভুক্তভোগী হৈছে বুলি তেওঁ দাবী কৰিছে।

“নিৰাপত্তাহীনতাৰ পৰিৱেশ এতিয়া সৃষ্টি হোৱা নাই, যোৱা দুবছৰ ধৰি অসমৰ ৰাইজ নিৰাপত্তাহীন হৈ আহিছে,” মন্তব্য হাজৰিকাৰ।

তেওঁ লগতে কয় যে ভাষিক সংঘাতৰ সৃষ্টি কৰি ৰাজ্যৰ ‘প্ৰধান সংকট’সমূহৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই নিবলৈ বৰ্তমানৰ পৰিৱেশ সৃষ্টি কৰা হৈছে।

“সম্পূৰ্ণ পৰিকল্পিতভাৱে ৰাইজৰ দৃষ্টি আঁতৰাবলৈ বিচাৰিছে। আমাৰ এই অস্তিত্বৰ সংকটৰ সময়ত প্ৰধান সংকটৰ বিষয় হৈছে যে এন আৰ চিত যিসকল বিদেশী সোমাইছে, তেওঁলোকক পুনৰীক্ষণ কৰি উলিয়াব লাগে, সংশোধনী বিধেয়কৰ দ্বাৰা যাক আনিব বিচাৰিছে, বা আমাৰ ওপৰত জাপি দিব খুজিছে সেয়া অতি শীঘ্ৰে বন্ধ কৰিব লাগে,” এই মত হাজৰিকাৰ।

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd